ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Land patta distribution : কাৰবি আংলং জিলাৰ হাওৰাঘাট আৰু ফুলনি পৰিষদীয় সমষ্টীৰ ৮৪২৯ গৰাকী খিলঞ্জীয়া হিতাধিকাৰীৰ মাজত বিনামূলীয়া ভূমি পট্টা বিতৰণ

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
October 30, 2025
Reading Time: 1 min read
A A
0
Land patta distribution : কাৰবি আংলং জিলাৰ হাওৰাঘাট আৰু ফুলনি পৰিষদীয় সমষ্টীৰ ৮৪২৯ গৰাকী খিলঞ্জীয়া হিতাধিকাৰীৰ মাজত বিনামূলীয়া ভূমি পট্টা বিতৰণ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

অসম চৰকাৰৰ বসুন্ধৰা ২’০ ৰ আৰ্হিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ‘পুৰথিমি আকেমাং ২’০ আঁচনিৰ অধীনত বৃহস্পতিবাৰে দিনৰ প্ৰায় ১ মান বজাত হাওৰাঘাট আৰু ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত খিলঞ্জীয়া হিতাধিকাৰীৰ মাজত চেণ্টাৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত বিনামূলীয়া ৮৪২৯ গৰাকীক বিনামূলীয়া ভূমি পট্টা বিতৰণ কৰা হয় ৷

কাৰবি আংলং জিলাৰ হাওৰাঘাট আৰু ফুলনি পৰিষদীয় সমষ্টীৰ ৮৪২৯ গৰাকী খিলঞ্জীয়া হিতাধিকাৰীৰ মাজত বিনামূলীয়া ভূমি পট্টা বিতৰণ:
কাৰবি আংলং জিলাৰ হাওৰাঘাট আৰু ফুলনি পৰিষদীয় সমষ্টীৰ ৮৪২৯ গৰাকী খিলঞ্জীয়া হিতাধিকাৰীৰ মাজত বিনামূলীয়া ভূমি পট্টা বিতৰণ:

এইলৈ আজি আয়োজিত এক ৰাজহুৱা সভাৰ জৰিয়তে হিতাধিকাৰীৰ মাজত ভূমি পট্টা সমূহ বিতৰণ কৰা হয় ৷ সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে প্ৰমুখ্য কৰি সাংসদ অমৰচিং তিচ’, প্ৰাক্তন সাংসদ হৰেণছিং বে’ পৰিষদৰ কাৰ্যবাহী সদস্য মঙলছিং তিমুঙ, লুণছিং টেৰণৰ লগতে বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতা কৰ্মী উপস্থিত থাকে ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয়যে, ইতিমধ্যে কাৰ্বি আংলঙত কাৰ্বি আংলঙৰ স্থায়ী বাসিন্দা তথা খিলঞ্জীয়া হিতাধিকাৰীৰ মাজত বিনামূলীয়াকৈ ৰাজহুৱা মত বিনিময় অনুষ্ঠান পাতি ১ লাখ বিনামূলীয়া ভূমি পট্টা বিতৰণ কৰা হৈছে যদিও একাংশ খিলঞ্জীয়া লোকে তেনে ভূমি পট্টা লাভ কৰা নাই বুলি দাবী কৰাত পুণৰ পুৰথিমি ২’০ নামাকৰণেৰে এই ভূমি পট্টা বিতৰণ কাম হাতত লোৱা হৈছে ৷

পুৰথিমি আকেমাং ২’০ৰ প্ৰথম কাৰ্যসূচী অনুসৰি পশ্চিম কাৰ্বি আংলঙৰ ১০৪৫০ গৰাকী হিতাধিকাৰীক ভূমি পট্টা বিতৰণ কৰাৰ সমান্তৰালকৈ আজি চেণ্টাৰত ওৰাঘাট আৰু ফুলনি পৰিষদীয় সমষ্টিৰ ৮৪২৯ গৰাকীক বিনামূলীয়া ভূমি পট্টা বিতৰণ কৰা হয় ৷

Tags: কাৰবি আংলং জিলাৰ হাওৰাঘাট আৰু ফুলনি পৰিষদীয় সমষ্টীৰ ৮৪২৯ গৰাকী খিলঞ্জীয়া হিতাধিকাৰীৰ মাজত বিনামূলীয়া ভূমি পট্টা বিতৰণ
Share4Tweet3Send

Related Posts

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
Drugs seized : কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, দুই মহিলা সৰবৰাহকাৰীক আটক
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, দুই মহিলা সৰবৰাহকাৰীক আটক

by News Desk
April 1, 2026
50
ADVERTISEMENT
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?
National-International

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

April 28, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
National-International

‎কেৱল ৪০ শতাংশ নৱাগতই ৫ লাখ টকাৰ পেকেজ প্ৰাপ্ত কৰিছে, নিম্ন চিটিচিত ৯০ শতাংশ কাম কৰিবলৈ সাজু ‎

April 28, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Live-in relation I লিভ-ইনৰ সম্পৰ্ক ভাঙিলে অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

April 28, 2026
50
WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন
National-International

WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

April 28, 2026
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 

‎কেৱল ৪০ শতাংশ নৱাগতই ৫ লাখ টকাৰ পেকেজ প্ৰাপ্ত কৰিছে, নিম্ন চিটিচিত ৯০ শতাংশ কাম কৰিবলৈ সাজু ‎

April 28, 2026
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability

Live-in relation I লিভ-ইনৰ সম্পৰ্ক ভাঙিলে অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

April 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx