ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

‘মাফলাৰ মেন’ৰ পৰা তিনিবাৰ দিল্লীৰ মুখ্য মন্ত্রী ! ‘কামাল’ কেজৰিৱাল

ASSAM TIMES POST by ASSAM TIMES POST
February 11, 2020
Reading Time: 1 min read
A A
0

RELATED POSTS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

logo atp | ASSAM TIMES POSTASSAM TIMES POST
নিউজ ডেস্ক
২০১২ চনৰ নৱেম্বৰত যেতিয়া জনগণৰ সন্মুখলৈ আহিছিল আম আদমী পার্টী, তেতিয়া জানো কোনোবাই ভাবিছিল নতুন এই দলটোৱে আগন্তুক ৮ বছৰৰ ইতিহাস গঢ়িব? কেৱল ইতিহাসেই নহয়, ওলোটাই দিব সকলো হিচাব-নিকাচ? কোনো ৰাজনৈতিক পৰিচিতি অবিহনেই এটি ৰাজনৈতিক দল প্রতিষ্ঠা কৰাই নহয় কংগ্রেছ, বিজেপিৰ দৰে বিয়াগোম দলকো পিছ পেলাই তিনবাৰকৈ আহিব দিল্লীৰ ক্ষমতালৈ।

WhatsApp Image 2020 02 11 at 19.13.16 | ASSAM TIMES POST
অতি বেছি আশাবাদীয়েও বোধহয় ভবা নাছিল ডিঙিত মাফলাৰ, গাত চুৱেটাৰ পৰিহিত এই মানুহজনে ধূলিসাৎ কৰিব ৰাজধানীৰ দিগ্বজ ৰাজনীতিকক। খড়্গপুৰ আইআইটি, টাটা ষ্টীলৰ লোভনীয় চাকৰি বাদ দিও কেনেদৰে সমালোচকসকলৰ বিদ্রুপৰ ‘মাফলাৰ মেন’ হৈ পৰিল দিল্লীৰ কনিষ্ঠতম মুখ্য মন্ত্রী।

WhatsApp Image 2020 02 11 at 19.13.13 | ASSAM TIMES POST

অৰবিন্দ কেজৰিৱালৰ ৰাজনৈতিক যাত্ৰাৰ আনন্দবজাৰ পত্ৰিকাই যুগুত কৰা এক অৱলোকন চাওক।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: FeaturedFeatured2
Share5Tweet3Send

Related Posts

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

by News Desk
September 15, 2026
52
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
52
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

by News Desk
September 10, 2026
51
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

by ASSAM TIMES POST
August 25, 2026
54
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
ADVERTISEMENT
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
50
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা
DIPHU

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
50
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
50
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

September 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d