ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bihar election 2025 । আজি বিহাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ; নীতিশ, তেজস্বী নে পিকে, কোনে মাৰিব শেষ হাঁহি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 11, 2025
Reading Time: 1 min read
A A
0
১৯ এপ্ৰিলত নহয় গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন নতুন দিন ঘোষণা, পঢ়ক

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

বৃহস্পতিবাৰে ১৮ খন জিলাৰ ১২১টা বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণৰ পিছত মঙলবাৰে বিহাৰত দ্বিতীয় পৰ্যায়ত (Bihar Election)  ১২২ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

Bihar election 2025 ।
আজি বিহাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ:

দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত উত্তৰ আৰু পূব বিহাৰৰ ২০ খন জিলা ক্ৰমে পশ্চিম চম্পাৰণ, পূব চম্পাৰণ, শ্বেওহৰ, সীতামৰ্হি, মধুবনী, সুপৌল, আৰৰিয়া, কিষাণগঞ্জ, পূৰ্ণিয়া, কাটিহাৰ, ভাগলপুৰ, বাংকা, জামুই, নৱাড়া, গয়া, জেহানাবাদ, আৰৱাল, ঔৰংগাবাদ, ৰোহতাছ আৰু কৈমুৰত অনুষ্ঠিত হৈছে।

এই নিৰ্বাচনত সীমাঞ্চল, মগধ, কোচি আৰু তিৰহুত-মিথিলা অঞ্চলত ১৩৬ গৰাকী মহিলাকে ধৰি মুঠ প্ৰাৰ্থীৰ সংখ্যা ১৩০২ গৰাকী। ৪৫,৩৯৯টা ভোটকেন্দ্ৰত প্ৰায় ৩.৭ কোটি ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে প্ৰায় ১৯.৫ নিযুত পুৰুষ আৰু ১ কোটি ৭৪ লাখ মহিলা।

শেহতীয়া নিৰ্বাচনৰ ফলাফলত দেখা গৈছে যে পূব বিহাৰৰ সীমাঞ্চল অঞ্চলৰ চাৰিখন জিলাৰ (কাটিহাৰ, কিষানগঞ্জ, পূৰ্ণিয়া আৰু আৰৰিয়া) বাহিৰে আন অঞ্চলত এন ডি এৰ মিত্ৰতা অধিক শক্তিশালী। ২০২০ চনৰ বিধানসভা নিৰ্বাচনত এই আসনসমূহৰ ভিতৰত ৬৬খন আসনত এন ডি এ আৰু বিৰোধী মিত্ৰজোঁট মহাজোঁটবন্ধনে ৪৯খন আসন লাভ কৰে। ৭খন আসনত নিৰ্দলীয় আৰু অন্য দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে।

ইয়াৰে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱৈইছিৰ দল মজলিছ ই ইত্তাহাদুল মুছলিমীনে (এম আই এম) সংখ্যালঘু অধ্যুষিত সীমাঞ্চল অঞ্চলত ২০২০ চনৰ বিধানসভা নিৰ্বাচনত পাঁচখন আসন দখল কৰিবলৈ সক্ষম হয়।

দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে প্ৰাক্তন অধ্যক্ষ উদয়নাৰায়ণ চৌধাৰী (আৰজেডি), প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দিগ্বিজয় সিঙৰ কন্যা তথা এছিয়ান গেমছৰ পদক বিজয়ী শ্বুটাৰ শ্ৰেয়াসী সিং (বিজেপি), প্ৰয়াত বলীউড তাৰকা সুশান্ত সিং ৰাজপুতৰ ভাতৃ নীৰজ কুমাৰ সিং (বিজেপি), প্ৰভাৱশালী বিজেপি মন্ত্ৰী প্ৰেম কুমাৰ, ‘বাহুবলী’ বুটন সিঙৰ পত্নী তথা নীতিশ কুমাৰৰ কেবিনেট সদস্য লেচি সিং (জেডিইউ), ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী তিৰুপতী কুমাৰ তিৱাৰী ওৰফে মনীষ কাশ্যপ (জনসূৰয পাৰ্টী)।

এই নিৰ্বাচনৰ আটাইতকৈ ধনী প্ৰাৰ্থী (প্ৰায় ৩৭০ কোটি টকাৰ সম্পত্তিৰে) ৰাংকৌশল প্ৰতাপ সিং (বিকাশশীল ইনছান পাৰ্টি), প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী জগন্নাথ মিশ্ৰৰ পুত্ৰ তথা ৰাজ্যিক উদ্যোগ মন্ত্ৰী নীতিশ মিশ্ৰ (বিজেপি), কৃষক আন্দোলনৰ নেতা ৰামনাৰায়ণ যাদৱ (চিপিআই) আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰাজেশ কুমাৰো আছে। বিহাৰ বিধানসভাত কংগ্ৰেছ দলৰ নেতা তথা জে এন ইউ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শ্বাকিল আহমেদ খানেও (কৰৱা) প্ৰতিদ্বন্দ্বিতা কৰিছে।

Tags: আজি বিহাৰ নিৰ্বাচনৰকোনে মাৰিব শেষ হাঁহিতেজস্বী নে পিকেদ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণনীতিশ
Share4Tweet3Send

Related Posts

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

by News Desk
July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

by News Desk
July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

by News Desk
July 31, 2026
50
Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল
National-International

Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল

by News Desk
July 31, 2026
50
“Congress Shake-Up: Priyanka Gandhi Removes Uttar Pradesh In-Charge Ahead of 2024 Lok Sabha Elections”
National-International

Priyanka Gandhi । আই আই টি মাদ্ৰাজৰ সঞ্চালকক ‘গো-মূত্ৰ বিশেষজ্ঞ’ বুলি আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ, ২ শতাধিক শিক্ষাবিদৰ গৰিহণা

by Staff Reporter
July 31, 2026
50
National-International

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx