ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Narcotics Seized I খটখটীত নিষিদ্ধ কানিসহ দুজনক আটক

খটখটীৰ পৰা মইনুল হুছেইন ওজা

Staff Reporter by Staff Reporter
January 2, 2026
Reading Time: 1 min read
A A
0
Narcotics Seized I খটখটীত নিষিদ্ধ কানিসহ দুজনক আটক

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

নৱবৰ্ষৰ দ্বিতীয়টো দিনতে কাৰ্বি আংলঙত আৰক্ষীৰ বৃহৎ সফলতা। নিচাযুক্ত দ্ৰৱ্যৰ বিৰুদ্ধে চলোৱা অভিযানত এই সফলতা লাভ কৰে আৰক্ষীয়ে।

Narcotics Seized I
খটখটীত নিষিদ্ধ কানিসহ দুজনক আটক:

শুকুৰবাৰে পুৱা বোকাজান মহকুমাৰ অন্তৰ্গত খটখটী এছ বি আই নাকা তালাচীত খটখটী আৰক্ষীয়ে উদ্ধাৰ কৰে নিষিদ্ধ কানি। খটখটী আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, নাকা তালাচীৰ সময়ত ডিমাপুৰ দিশৰ পৰা বোকাজান দিশে গৈ থকা PB13-AR-9275 পঞ্জীয়ন নম্বৰৰ এখন ট্ৰাকত সন্দেহবশত তালাচী চলায়।

IMG 20260102 WA0054 | ASSAM TIMES POST

তালাচীৰ সময়ত ট্ৰাকখনৰ পৰা দুটা ক’লা প্লাষ্টিকৰ পেকেটৰ পৰা ২ কেজি ৭০ গ্ৰাম নিষিদ্ধ কানি খটখটী আৰক্ষীয়ে উদ্ধাৰ কৰে। এই কানিখিনি সৰবৰাহৰ অভিযোগত খটখটী আৰক্ষীয়ে দুজন লোকক আটক কৰে। তেওঁলোক হৈছে ক্ৰমে পঞ্জাবৰ লুধিয়ানাৰ ভুট্টা দেলহনৰ ভজন সিঙৰ পুত্ৰ শিৰ্মজিত সিং আৰু মেজৰ সিঙৰ পুত্ৰ বালবিন্দৰ সিং। দুয়োকে আটক কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সূৰ্য কুমাৰ বৰাৰ নেতৃত্বত উপ-পৰিদৰ্শক দেৱাশীস বৰা, গোবিন কাকতি আৰু থানাৰ কনিষ্টবলৰ সহযোগত এই নাকা তালাচী চলোৱা হৈছিল। পৰৱৰ্তী সময়ত খটখটী আৰক্ষীয়ে বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্ম আৰু নিৰপেক্ষ সাক্ষীৰ সাক্ষাতত কানিখিনি জব্দ কৰে।

Tags: .খটখটীত নিষিদ্ধ কানিসহদুজনক আটক
Share4Tweet3Send

Related Posts

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

by News Desk
May 2, 2026
50
Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
ADVERTISEMENT
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

‎বিজয় শপতগ্ৰহণত বন্দে মাতৰম সংগীত

May 10, 2026
50
উগ্ৰবাদ প্ৰসাৰৰ ক্ষেত্ৰত শত্ৰু দেশ সক্ৰিয় হৈ আছে, কেন্দ্ৰৰ অভিযোগ
National-International

‎মালিত সন্ত্ৰাসবাদীৰ তাণ্ডৱ I ৭০ৰ অধিক লোকক হত্যা, দায়িত্ব স্বীকাৰ আল-কায়দাৰ

May 10, 2026
50
Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized
Assam

Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized

May 10, 2026
50
‎একে সময়তে একাধিক পাৰমাণৱিক বোমা নিক্ষেপ কৰিব অগ্নি-৫ এ I ডিআৰডিঅ’ৰ সফল পৰীক্ষা
National-International

‎একে সময়তে একাধিক পাৰমাণৱিক বোমা নিক্ষেপ কৰিব অগ্নি-৫ এ I ডিআৰডিঅ’ৰ সফল পৰীক্ষা

May 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

‎বিজয় শপতগ্ৰহণত বন্দে মাতৰম সংগীত

May 10, 2026
উগ্ৰবাদ প্ৰসাৰৰ ক্ষেত্ৰত শত্ৰু দেশ সক্ৰিয় হৈ আছে, কেন্দ্ৰৰ অভিযোগ

‎মালিত সন্ত্ৰাসবাদীৰ তাণ্ডৱ I ৭০ৰ অধিক লোকক হত্যা, দায়িত্ব স্বীকাৰ আল-কায়দাৰ

May 10, 2026
Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized

Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized

May 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx