ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱত জিলা কাৰাগাৰৰ কয়দী সকলৰ হস্তনিৰ্মিত সামগ্ৰী প্ৰদৰ্শন

ASSAM TIMES POST by ASSAM TIMES POST
February 17, 2020
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ছাইদুল ইছলামৰ বিশেষ প্ৰতিবেদন
৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ তাৰালাংছৰ বাকৰিত এইবাৰ এক ব্যতিক্ৰমী কাৰ্যসূচী হিচাপে কাৰবি আংলং জিলাৰ ডিফু কাৰাগাৰত বন্দীত্ব জীৱন যাপন কৰা কয়দী সকলৰ হস্তনিৰ্মিত কেতবোৰ বাঁহ-বেতৰ সামগ্ৰী প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় ৷

RELATED POSTS

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

IMG 20200217 WA0007 | ASSAM TIMES POST

তাৰালাংচত বাতৰি সংগ্ৰহ কৰিবৰ বাবে ঘূৰা-ফুৰা কৰি থকা অৱস্থাত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ স্থায়ী প্ৰদৰ্শনী গৃহত ডিফু জেলৰ কাৰাবন্দী সকলে নিজ হাতেৰে নিখুত, মসৃণ আৰু সুন্দৰভাবে সাজি উলিওৱা বাঁহ -বেতৰ সামগ্ৰী সমূহৰ ওপৰত দৃষ্টি গোছৰ হয় এই প্ৰতিবেদকৰ ৷

জানিব পৰা মতে অলপতে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সহযোগত ডিফু কাৰাগাৰত জিলা আইন সেৱা প্ৰাধিকৰণে আয়োজন কৰা আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰই প্ৰদান কৰা এক বিস্তৃত প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে কাৰাবন্দী সকলক হস্তশিল্পৰ দক্ষতামূলক প্ৰশিক্ষণ প্ৰদান কৰি কয়দী সকলৰ নিজ হাতেৰেই বিভিন্ন সামগ্ৰী সাজি উলিওৱাৰ কাম সম্পন্ন কৰা হয় ৷

IMG 20200217 WA0008 | ASSAM TIMES POST

জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদক এন আহমেদৰ পৰা এই বিষয়ে জানিব পাৰি আমি তাৰালাংচৰ মহোৎসৱথলীত উপস্থিতহৈ জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সঞ্চালক ৰাজেন লাংগাছুক সাক্ষাত কৰাত তেওঁ এই প্ৰতিবেদকৰ সৈতে হোৱা বাৰ্তালাপত কয়যে, ‘মেক ইন্ডিয়া’, আৰু অসম চৰকাৰ ‘বেম্ব মিছন’ৰ আঁত ধৰি জিলা উদ্যোগ আৰু বাণিজ্য বিভাগে পূব আৰু পশ্চিম কাৰবি আংলঙত বিভিন্ন আঁচনিৰ জৰিয়তে বেম্ব মিচনত গুৰুত্ব প্ৰদান কৰি আহিছে ৷

হস্ত শিল্পৰ বিভিন্ন প্ৰশিক্ষণৰ জৰিয়তে জিলা দুখনৰ বিভিন্ন নিবণুৱা যুৱক -যুৱতীক চাকৰি নিবিচাৰি চাকৰি দিয়াৰ অৰ্হতা অৰ্জন কৰাৰ লগতে বিত্তিমুখী হবলৈ উদ্বোদ্ধ কৰাই জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ লক্ষ্য আৰু উদ্দেশ্য বুলি কয় ৷ ডিফু কাৰাগাৰতো কাৰাবন্দী সকলক হস্তশিল্পত উচিত প্ৰশিক্ষণৰ জৰিয়তে হস্তশিল্পৰ বিভিন্ন সামগ্ৰী নিৰ্মাণ কাৰ্যত দক্ষ আৰু নিপুণ কৰি তোলা হৈছে ৷

তাৰ ফলস্বৰূপে ৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱত কয়দী সকলে নিজ হাতে নিৰ্মাণ কৰা সামগ্ৰী সমূহ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷

কাৰাবন্দী সকলে জেলৰ পৰা মুক্তি পোৱাৰ পিছত যাতে স্বাৱলম্বী হৈ সৎ আৰু স্বচ্ছ জীৱন যাপন কৰিব পাৰে এয়াই জিলা আইন সেৱা প্ৰাধিকৰণ, জিলা উদ্যোগ আৰু বাণিজ্য বিভাগ আৰু ডিফু জেল কৰ্তৃপক্ষৰ প্ৰয়াস বুলি জানিব পৰা গৈছে ৷

Tags: FeaturedFeatured2karbi anglong
Share7Tweet3Send

Related Posts

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx