ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home  কাৰ্বি আংলঙ

Road accident : কাৰ্বি আংলঙৰ ফুলনিত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত স্কুটি আৰোহী

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
February 6, 2026
Reading Time: 1 min read
A A
0
Road accident : কাৰ্বি আংলঙৰ ফুলনিত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত স্কুটি আৰোহী
  • New Logo Smal | ASSAM TIMES POST

শুকুৰবাৰে কাৰ্বি আংলং (Karbi Anglong)ৰ উত্তৰ বড়বিল উপ-আৰক্ষী চকীৰ অন্তৰ্গত ফুলনি নগৰ (Pholoni)ত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident)। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত  হয় এজন ব্যক্তি। বৰ্তমান তেওঁ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

RELATED POSTS

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

Narcotics seized : খটখটী আৰক্ষীৰ বৃহৎ সফলতা, প্ৰায় ৬ কেজি নিষিদ্ধ দ্ৰব্যসহ আটক ২

CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ

ঘটনাৰ বিৱৰণী অনুসৰি, গুৱাহাটীৰ দিশৰ পৰা ডিমাপুৰ অভিমুখী এখন ৰডভৰ্তি ট্ৰাকে এখন স্কুটিত খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত কৰা মালবাহী ১৬ চকীয়া ট্ৰাকখনৰ নম্বৰ হৈছে HR-58-C-8233।

Ka | ASSAM TIMES POST
কাৰ্বি আংলঙৰ ফুলনিত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত স্কুটি আৰোহী

আনহাতে, স্কুটিখনৰ নম্বৰ হৈছে AS-02-H-3826। ট্ৰাকচালকজনক উত্তৰ প্ৰদেশৰ আনচুৱাৰ বুলি চিনাক্ত কৰা হৈছে। আনহাতে, স্কুটি আৰোহীজন ফুলনি বাচ’ক ৰংফাৰ গাঁৱৰ বিষ্ণুৰাম তিমুং (Bishnuram Timung) (৬০) বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে স্কুটি আৰোহীজনৰ দুয়োখন ভৰি ছিঙি যায়। ঘটনা সংঘটিত হোৱাৰ পিছতে দুৰ্ঘটনাস্থলীত উত্তৰ বড়বিল উপ-আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকল উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা স্কুটি আৰোহী বিষ্ণুৰাম তিমুঙক ফুলনি মডেল হাস্পতাললৈ লৈ যোৱা হয়। কিন্তু উন্নত চিকিৎসাৰ বাবে তাৰ পৰা তেওঁক ততাতৈয়াকৈ ডিফু চিকিৎসা মহবিদ্যালয়লৈ প্ৰেৰণ কৰে। বাতৰি লিখা পৰলৈকে জানিব পৰা মতে, বিষ্ণুৰাম তিমুঙৰ অৱস্থা সংকটজনক।

Tags: roadaccident
Share4Tweet3Send

Related Posts

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
 কাৰ্বি আংলঙ

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

by News Desk
March 11, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
 কাৰ্বি আংলঙ

Narcotics seized : খটখটী আৰক্ষীৰ বৃহৎ সফলতা, প্ৰায় ৬ কেজি নিষিদ্ধ দ্ৰব্যসহ আটক ২

by ASSAM TIMES POST
February 25, 2026
50
CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ
 কাৰ্বি আংলঙ

CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ

by News Desk
February 24, 2026
50
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২
 কাৰ্বি আংলঙ

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

by ASSAM TIMES POST
February 8, 2026
50
কাৰ্বি আংলঙৰ ৩ ঘোষিত বিদেশীক বহিষ্কাৰৰ নির্দেশ, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব অসম
 কাৰ্বি আংলঙ

Declared Foreigners : কাৰ্বি আংলঙৰ ৩ ঘোষিত বিদেশীক বহিষ্কাৰৰ নির্দেশ, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব অসম

by ASSAM TIMES POST
February 7, 2026
50
Kharoni protest : প্ৰয়োজনত প্ৰাণ দিম, কিঞ্চিৎ মাটিও নিদিওঁ; পিজিআৰ-ভিজিআৰক কেন্দ্ৰ কৰি পুনৰ উত্তাল খেৰণি
 কাৰ্বি আংলঙ

Kharoni protest : প্ৰয়োজনত প্ৰাণ দিম, কিঞ্চিৎ মাটিও নিদিওঁ; পিজিআৰ-ভিজিআৰক কেন্দ্ৰ কৰি পুনৰ উত্তাল খেৰণি

by News Desk
February 2, 2026
50
ADVERTISEMENT
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
50
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

August 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx