ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেণত সংযুক্ত মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ প্ৰতিষ্ঠাপক ছেমছনছি ইংতিৰ ৭২ সংখ্যক মৃত্যুবাৰ্ষিকী পালন

ASSAM TIMES POST by ASSAM TIMES POST
February 28, 2020
Reading Time: 1 min read
A A
0
পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেণত সংযুক্ত মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ প্ৰতিষ্ঠাপক ছেমছনছি ইংতিৰ ৭২ সংখ্যক মৃত্যুবাৰ্ষিকী পালন

0 1 e1574345654996 6 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

পশ্চিম কৰ্বিআংলং : পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ সদৰ হামৰেণত শুক্ৰবাৰে সংযুক্ত মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ প্ৰতিষ্ঠাতা ছেমছনছিং ইংতিৰ ৭২ সংখ্যক মৃত্যুবাৰ্ষিকী পালন কৰা হয় ৷ কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ হামৰেণ শাখা সচিবালয়ত আয়োজন কৰা এই অনুষ্ঠানত প্ৰথমতে ছেমছনছিং ইংতি প্ৰতিমুৰ্তিত মাল্যাৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰা হয় ৷

অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত কিম্বদন্তি গৰাকীৰ জীৱনী তথা কৰ্মৰাজিৰ বিষয়ে ভাষণ প্ৰদান কৰা হয় ৷ হামৰেণ শাখা সচিবালয়ত ছেমছনছিং ইংতিৰ ৭২ সংখ্যক মৃত্যুবাৰ্ষিকী পালন কৰা এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বৈঠালাংছ’ সমষ্টিৰ বিধায়ক ডাঃ মানছিং ৰংপি, কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্যদ্বয় ক্ৰমে মংগলছিং টিমুং আৰু ৰূপছিং টেৰন, জিলা উপায়ুক্ত চৈয়দ ইস্ফাকুৰ ৰহমান, আৰক্ষী অধীক্ষক ডঃ ৰমনদ্বীপ কৌৰ, বিজেপিৰ জিলা সভাপতি অৰুণ টেৰাঙ, হামৰেণ শাখা সচিবালয়ৰ সচিব সোনাছিং টেৰণৰ লগতে স্থানীয় বিশিষ্ট অতিথিবৃন্দ আৰু একাংশ ৰাইজ উপস্থিত থাকে ৷

Tags: Featured2karbi anglong
Share4Tweet3Send

Related Posts

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx