ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

Pass away : ডিফুৰ বিদূষী তথা ধৰ্মপ্ৰাণ মহিলা ৰুকিয়া বেগমৰ দেহাৱসান

নিউজ ডেস্কঃ

News Desk by News Desk
September 9, 2026
Reading Time: 1 min read
A A
0
Pass away : ডিফুৰ বিদূষী তথা ধৰ্মপ্ৰাণ মহিলা ৰুকিয়া বেগমৰ দেহাৱসান

RELATED POSTS

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

Tuliram Ranghang : তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ কাৰ্বি পাহাৰৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ

Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

New Logo Smal | ASSAM TIMES POST

জন্মিলে মানুহৰ মৃত্যু হয়। এইটো চিৰন্তন সত্য। কিন্তু কেতিয়াবা কিছুমান ব্যক্তিৰ মৃত্যুৱে মানুহক বৰ বেছিকৈ ব্যথিত কৰে। তেনে এগৰাকী ব্যক্তিয়ে হৈছে ৰুকিয়া বেগম। ডিফুৰ দেৱান বস্তি নিবাসী বিদূষী, সৰবৰহী, সমাজ হিতৈষী তথা ধৰ্মপ্ৰাণ মহিলা ৰুকিয়া বেগমৰ মঙলবাৰে পুৱা দেহাৱসান ঘটে। পুৱা প্ৰায় ৯ বজাত নিজ বাসভৱনতে দেহাৱসান ঘটা ৰুকিয়া বেগমৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫ বছৰ। ১৯৫১ চনৰ ১ জানুৱাৰীত জন্মগ্ৰহণ কৰা ধৰ্মপ্ৰাণ মহিলা ৰুকিয়া বেগম অঞ্চলটোত এগৰাকী সৰবৰহী মহিলা হিচাপে পৰিচিত আছিল।

diphu | ASSAM TIMES POST
ডিফুৰ বিদূষী তথা ধৰ্মপ্ৰাণ মহিলা ৰুকিয়া বেগমৰ দেহাৱসান

কোনো দিনে আনৰ বেয়া চিন্তা নকৰা আৰু সহায় কৰিবৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰা ৰুকিয়া বেগমৰ এই গুণৰ বাবে অসম সাহিত্য সভাৰ তৰফৰ পৰাও বিশেষভাৱে প্ৰশংসা লাভ কৰিছিল। প্ৰয়াত লাতু খানৰ পত্নী ৰুকিয়া বেগমে মৃত্যুৰ সময়ত দুই পুত্ৰ আৰু এগৰাকী কন্যাৰ লগতে অলেখ গুণমুগ্ধক ইহ সংসাৰত এৰি গৈছে। উল্লেখ্য যে বাৰ্ধক্যজনিত ৰোগত বিগত কিছুদিন ধৰি অসুস্থ হৈ থকা বৰ্ষীয়ান মহিলাগৰাকী চিকিৎসাৰ অন্তত সুস্থ হৈ নিজ গৃহতে আছিল। কিন্তু মঙলবাৰে পুৱা অকস্মাতে তেওঁ ইহ সংসাৰৰ পৰা বিদায় মাগে। তেওঁৰ মৃত্যুত সমগ্ৰ ডিফু চহৰত শোকৰ ছাঁ পৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ
DIPHU

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

by News Desk
September 9, 2026
50
Tuliram Ranghang : তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ কাৰ্বি পাহাৰৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ
DIPHU

Tuliram Ranghang : তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ কাৰ্বি পাহাৰৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ

by News Desk
September 5, 2026
60
Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী
DIPHU

Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

by News Desk
September 3, 2026
55
Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং
DIPHU

Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং

by News Desk
August 20, 2026
76
Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল
DIPHU

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

by News Desk
August 19, 2026
55
Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু
DIPHU

Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

by News Desk
August 19, 2026
78
ADVERTISEMENT
Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ
DIPHU

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

September 9, 2026
50
Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প
National-International

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

September 9, 2026
50
Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ
National-International

Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

September 9, 2026
50
Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী
National-International

Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী

September 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

September 9, 2026
Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

September 9, 2026
Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

September 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d