ASSAM TIMES POST
নিউজ ডেস্ক
আজি কেন্দ্ৰীয় কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুযায়ী ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্রী পৰিষদ আৰু সাংসদ সাংসদসকলৰ দৰমহা কৰ্তন। এবছৰৰ বাবে কৰ্তন হব দৰমহা। দৰমহাৰ ৩০ শতাংশ কৰ্তনৰ সিদ্ধান্ত। লগতে ২ বছৰৰ বাবে বন্ধ থাকিব সাংসদ উন্নয়ন পুঁজিৰ ধন।











