ASSAM TIMES POST
নিউজ ডেস্ক:
# বঙ্গ বন্ধু শ্বেখ মুজিবুৰ ৰহমানক পৰিয়ালসহ হত্যাৰ গোচৰৰ আচামী কেপ্তেইন (বৰখাস্ত) আব্দুল মাজেদৰ ফাঁচি।
# ঢাকাৰ কেন্দ্ৰীয় কাৰাগাৰত শনিবাৰে নিশা ১২ বাজি ১ মিনিটত ফাঁচি দিয়া হয় মাজেদক।
# পত্নীক অৰ্পণ কৰা হয় মৃতদেহ।
# পূৰ্বতেই ফাঁচিৰ হুকুম আছিল মাজেদৰ বিৰুদ্ধে। ইমান দিনে পলাতক অৱস্থাত আছিল মাজেদ। শুকুৰবাৰে গ্ৰেপ্তাৰ হৈছিল বাংলা সেনাৰ বৰখাস্ত কেপ্টেইনজন।
# ক’ৰোণাত দেশত আক্ৰান্তৰ সংখ্যা ৮৪৫৪ অতিক্ৰম। মৃত্যু ২৯০জনৰ।
# ভাৰতত প্ৰতিদিনে মৃত্যু ৮জনকৈ।
# বিহাৰত হৃদয় বিদাৰক ঘটনা। অম্বুলেঞ্চৰ অভাৱত মৃত্যু ৩ বছৰীয়া শিশুৰ।
# মাকে মৃতদেহ কোলাত লৈ খোজকাঢ়ি যোৱাৰ ভিডিও ভাইৰেল।











