ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সতী সাধনী আদর্শৰে আগবাঢ়ি লাগে নৱ প্ৰজন্মৰ- অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ

ASSAM TIMES POST by ASSAM TIMES POST
April 20, 2020
Reading Time: 1 min read
A A
0
সতী সাধনী আদর্শৰে আগবাঢ়ি লাগে নৱ প্ৰজন্মৰ- অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ

0 1 e1574345654996 6 1 2 2 9 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

নিউজ ডেস্ক:

লকডাউনৰ মাজতে আজি ৰাজ্যজুৰি ভিন্ন প্ৰান্তত সোঁৱৰণ কৰা হয় চুতীয়া ৰাজ্যৰ শেষৰ গৰাকীৰ বীৰাংগনা ৰাণী সতী সাধনীক।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰাল কৈ অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ গুৱাহাটী কাৰ্যালয়তো অনা-আনুষ্ঠানিক ভাৱে পালন কৰা হয় সতী সাধনী দিৱস।

মহামাৰী ক’ৰনা ভাইৰাছৰ বাবে ঘোষণা হোৱা লকডাউনৰ বাবে সংগঠনটোৱে বীৰাংগনা গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণ কৰে।এই কথা প্ৰকাশ কৰিছে সংগঠনতো সভাপতি ৰুবুল দাসে।দেশপ্ৰেম, মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান বীৰাংগনা নাৰী গৰাকীক স্মৰণ কৰি সংগঠনৰ হৈ সভাপতি দাসে কয় “সতী সাধনীৰ আদর্শৰে আগবাঢ়িব লাগে নৱ-প্ৰজন্ম”।

উল্লেখ যে দেশ আৰু জাতিৰ বাবে যিসকল নাৰীয়ে আত্মবলিদান দিছিল সেইসকলৰ ভিতৰত সতী সাধনীৰ অন্যতম বুলি উল্লেখ কৰি চৰকাৰক আহ্বান জনায় দাসে কয় “চুতীয়া জনগোষ্ঠীৰ দীর্ঘদিনীয় দাবী সমূহ পূৰণ কৰিব লাগে”। উল্লেখ যে সংগঠনতো হৈ উক্ত কাৰ্যসূচীত উপস্থিত থাকে সাধাৰণ সম্পাদক কমলা কান্ত দাস, ক্ৰীড়া আৰু সাংস্কৃতিক সম্পাদক সুনীল দাস।

Tags: Featured2
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
US attack on Iran : ইৰাণৰ ওপৰত আক্ৰমণ আৰু চাৰি-পাঁচ সপ্তাহলৈ অব্যাহত থকাৰ ইংগিত ট্ৰাম্পৰ, সৰ্বোচ্চ নেতাৰ বাবে তিনিজনক নিৰ্বাচন
National-International

US Iran war I পুনৰ যুদ্ধ, মাজনিশা ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণ

July 9, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

July 9, 2026
50
Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US attack on Iran : ইৰাণৰ ওপৰত আক্ৰমণ আৰু চাৰি-পাঁচ সপ্তাহলৈ অব্যাহত থকাৰ ইংগিত ট্ৰাম্পৰ, সৰ্বোচ্চ নেতাৰ বাবে তিনিজনক নিৰ্বাচন

US Iran war I পুনৰ যুদ্ধ, মাজনিশা ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণ

July 9, 2026
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

July 9, 2026
Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx