ASSAM TIMES POST
নিউজ ডেস্ক:
# সন্ধিয়া ২৭ এপ্ৰিলত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে পুনৰ বৈঠক প্ৰধান মন্ত্ৰীৰ।# ক’ৰ’ণা ৰ কবলত ২০ হাজাৰৰো বেছি দেশবাসী। স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰ মতে, এই পৰ্যন্ত আক্ৰান্ত ২৯,৪৭১ আৰু মৃত্যু ৬৫২।
সুস্থ ৩,৯৫৯। বিগত ২৪ ঘণ্টাত আক্ৰান্ত ১,৪৮৬ আৰু মৃত্যু ৪৯। #ক’ৰ’ণা মোকাবিলাত চিকিৎসক-স্বাস্থ্যকৰ্মীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ৰাজ্যসমূহলৈ পত্ৰ প্ৰেৰণ কেন্দ্ৰীয় গৃহ সচিবৰ। # ত্ৰুটিপূৰ্ণ চীনা ৰেপিড টেষ্ট কিটক লৈ বিস্তৰ অভিযোগ পোৱাত দুটা সংস্থাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে ICMR।













