ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ২৫গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।এইসকল লোকৰ ১১ জন কামৰূপ (মেঃ), ৮জন হোজাইৰ আৰু ৬ জন লোক বিমান যাত্ৰী।ৰাজ্যত ক’ৰোনা আক্ৰান্ত মুঠ লোকৰ সংখ্যা ৯৩৫লৈ বৃদ্ধি।টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।













