ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

উৎসৱৰ বতৰত উৎসৱমুখৰ ফটো ৰিম্পী দাসৰঃ

Staff Reporter by Staff Reporter
November 5, 2020
Reading Time: 1 min read
A A
0
উৎসৱৰ বতৰত উৎসৱমুখৰ ফটো ৰিম্পী দাসৰঃ

এয়া উৎসৱৰ বতৰ! ক’ৰোণা ভাইৰাছে বিভীষিকাৰ সৃষ্টি কৰিছিল যদিও উৎসৱৰ এই সময়ছোৱা সকলোৱে উলহ-মালহেৰেই পাৰ কৰিবলৈ চেষ্টা কৰিছে। এইখিনিতে, মনোৰঞ্জন ক্ষেত্ৰখনে নিজ প্ৰচেষ্টাৰে এই উৎসৱৰ দিনকেইটাত কোনো নহয় কোনো প্ৰকাৰে আকৰ্ষণ কৰিছ নিজ নিজ অনুৰাগীক।শিল্পী সকলৰ কোনোৱে যদি নতুন গীতৰ মুক্তি দিছে তাতেই আকৌ কোনোৱে নিজ ফটোশ্বুটৰ ফটো আপলোডেৰে অনুৰাগীক মুগ্ধ কৰিছে। ৰিম্পী দাসে শেহতীয়াকৈ আপলোড কৰা কেইখন ফটোৱে বাৰুকেয়ৈ আকৰ্ষণ কৰিছে তেওঁৰ অনুৰাগীক। অভিনেত্ৰী গৰাকীৰ ৰূপৰ প্ৰশংসা কৰাও দেখিবলৈ পোৱা যায় বহুতক। অসমীয়া ছবিৰ পৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ গৈ অসমৰ নাম উজ্বলোৱা অভিনেত্ৰী গৰাকীয়ে হৈছে ৰিম্পী দাস। তিনিচুকীয়াৰ পৰা গুৱাহাটী আৰু গুৱাহাটীৰ পৰা মুম্বাইলৈ গৈ প্ৰায় লাখ লাখ দৰ্শকৰ হৃদয়ত বাস কৰা অভিনেত্ৰী ৰিম্পী দাসৰ অসমীয়া “নন্দিনী” মেগাজিনত ফটো ওলোৱা পিছতেই লৈ লোৱা হৈছিল এখন অসমীয়া ছবি “মনত বিৰিণাৰ জুই” ৰ বাবে। ইয়াৰ পিছতে অভিনেত্ৰী গৰাকীয়ে প্ৰায় ৭খন ছবি, অসমীয়া কেইবাখনো ভিচিড তথা মিউজিক ভিডিঅ’ ত অভিনয় কৰে।

RELATED POSTS

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

উৎসৱৰ বতৰত উৎসৱমুখৰ ফটো ৰিম্পী দাসৰঃ 2
উৎসৱৰ বতৰত উৎসৱমুখৰ ফটো ৰিম্পী দাসৰঃ 3

ইয়াৰ উপৰিও তেওঁ কহিনুৰ আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতেও জড়িত হৈ পৰে। অভিনয়ৰ আনুষ্ঠানিক শিক্ষা নথকা স্বত্বেও সুন্দৰ অভিনয়ৰ গৰাকী ৰিম্পী দাসৰ বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো আছে বহু অনুৰাগী। এমাহ ফুৰিব যোৱাৰ মানসেৰে মুম্বাইলৈ গৈ লাভ কৰিছিল অভিনয়ৰ সুযোগ। বিগ মেজিকৰ জনপ্ৰিয় ধাৰাবাহিক “আকবৰ বীৰবল” আছিল তেওঁৰ প্ৰথমখন হিন্দী ধাৰাবাহিক; য’ত তেওঁ অনাৰকলি চৰিত্ৰটো ৰূপায়ন কৰিছিল। ইয়াৰ পিছতেই তেওঁ “হাজিৰ জাৱাব বীৰবল”, চিয়া কে ৰাম”, “মহাকালি-অন্ত হি আৰম্ভ হে” ইত্যাদি জনপ্ৰিয় ধাৰাবাহিক কেইখনত গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰে।

SOURCE:https://rupaliparda.com/archives/21664

Share4Tweet3Send

Related Posts

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়
Assam

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

by News Desk
April 29, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

by Staff Reporter
April 28, 2026
50
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

by Staff Reporter
April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
ADVERTISEMENT
Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন
National-International

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

April 30, 2026
50
Donald Trump : স্বাধীনতাৰ ২৫০ বছৰ স্মৃতিত আমেৰিকান নাগৰিকক দিব ট্ৰাম্পৰ ফটো থকা নতুন পাছপ’ৰ্ট
National-International

Donald Trump : স্বাধীনতাৰ ২৫০ বছৰ স্মৃতিত আমেৰিকান নাগৰিকক দিব ট্ৰাম্পৰ ফটো থকা নতুন পাছপ’ৰ্ট

April 30, 2026
50
Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports News

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

April 30, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

Donald Trump । হৰমুজ প্ৰণালীক ‘ট্ৰাম্প প্ৰণালী’ হিচাপে স্বীকৃতি, পশ্চিম এছিয়াত পুনৰ অশান্তিৰ ডাৱৰ

April 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

April 30, 2026
Donald Trump : স্বাধীনতাৰ ২৫০ বছৰ স্মৃতিত আমেৰিকান নাগৰিকক দিব ট্ৰাম্পৰ ফটো থকা নতুন পাছপ’ৰ্ট

Donald Trump : স্বাধীনতাৰ ২৫০ বছৰ স্মৃতিত আমেৰিকান নাগৰিকক দিব ট্ৰাম্পৰ ফটো থকা নতুন পাছপ’ৰ্ট

April 30, 2026
Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

April 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx