![]()
ঐতিহাসিক অসম আন্দোলনৰ মহান ছহিদসকলৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত অসম আন্দোলনৰ বীৰ ছহিদসকলৰ স্মৃতি ৰক্ষার্থে নিৰ্মাণ হ’বলগীয়া ‘ছহিদ স্মাৰক’ আৰু ‘ছহিদ উদ্যান’ৰ ভূমিপূজন তথা নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে।












