![]()
আজি মৰিগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিৱা স্বায়ত্তশাসিত পৰিষদৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। উক্ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি জাতি-জনগোষ্ঠীসমূহৰ সামূহিক উন্নয়নৰ বাবে বিজেপিক ভোটদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ৰাইজক আহ্বান জনায়।

© 2020 Assam Times Post. | Powered By Webx