ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি বিটিচিৰ নতুন পৰিষদৰ শপত গ্ৰহণ। মুখ্য কাৰ্যবাহী হিচাপে শপত ল’ব UPPL ৰ সভাপতি প্ৰমোদ বড়োৱে।শপত গ্ৰহন অনুষ্ঠানৰ বাবে ৰাজহুৱা বন্ধ ঘোষনা কৰে ।কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীন ফিল্ডত অনুষ্ঠিত হ’ব শপত গ্ৰহন অনুষ্ঠান।দিনৰ ১১ বজাত আৰম্ভ হ’ব শপত গ্ৰহন অনুষ্ঠান।
© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx