ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখন !

ASSAM TIMES POST by ASSAM TIMES POST
December 27, 2020
Reading Time: 1 min read
A A
0
পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখন !

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

বিশেষ প্ৰতিবেদন:

উত্তৰ ভাৰতৰ ৰাজ্যসমূহত বৃদ্ধি পাবলৈ ধৰিছে শীতৰ প্ৰকোপ। জম্মু–কাশ্মীৰ, হিমাচল প্ৰদেশ, লাদাখৰ দৰে অঞ্চলসমূহত হৈছে যথেষ্ট তুষাৰপাত। এই ঠাইসমূহৰ দৃশ্য দেখাৰ পিছত আপোনাৰ জানিবলৈ মন নাযাব নে যে পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখনৰ লোকসকলে এই শীতত কেনেদৰে দিন পাৰ কৰিছে ?

unnamed 27 | ASSAM TIMES POSTজনবসতি থকা পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখন হৈছে উত্তৰ পূব ৰাছিয়াৰ চাইবেৰিয়াৰ “অইমিয়াকন” নামৰ গাঁওখন। এন্টাৰ্কটিকাৰ বাহিৰত থকা এই ঠাইখনেই পৃথিৱীৰ সবাতোকৈ শীতল ঠাইৰূপে গণ্য কৰা হয়, য’ত শীতকালত গড় উষ্ণতা হৈছে মাইনাছ ৫০° চেলছিয়াছ । অইমিয়াকনৰ আন এটা নাম “দ্য প’ল অব ক’ল্ড”৷

ৰাছিয়াৰ অইমিয়াকনস্কি জিলাত অৱস্থিত অইমিয়াকন  (Oymyakon) হৈছে এখন সৰু গাঁও। ১৯২৪ চনত ৰেকৰ্ড কৰামতে অইমিয়াকনৰ তাপমাত্ৰা মাইনাছ ৭১.২° চেলছিয়াছলৈকে নামিছিল। এই ঠাইত বসবাস কৰা লোকসকলৰ যিকোনো মুহূৰ্ততে ফ্ৰষ্ট্‌বাইট হোৱাৰ আশংকা থাকে।

d156742cf7b4444b2a5b4c47d8b25a21 | ASSAM TIMES POSTইয়াৰ শিশুসকলক ঠাণ্ডাৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশিক্ষণো দিয়া হয়। মাইনাছ ৫০° চেলছিয়াছ উষ্ণতাত ইয়াৰ শিশুসকলে বিদ্যালয়ত অধ্যয়ন কৰে। অৱশ্যে ইয়াতকৈ নিম্ন তাপমাত্ৰা হ’লে বিদ্যালয় বন্ধ কৰি দিয়া হয়। ইয়াত ডিচেম্বৰ মাহত পুৱা প্ৰায় ১০ বজাত সূৰ্যোদয় হয়।

অইমিয়াকনৰ লোকসকলে শীতৰ প্ৰকোপত গাড়ীৰ বেটাৰীবোৰ বৰফ হৈ যোৱাৰ আশংকাত তেওঁলোকৰ গাড়ীবোৰৰ ইঞ্জিন বন্ধ নকৰে। শীতকালত ঠাণ্ডাৰ বতৰত ইয়াত কোনো খেতি কৰিব পৰা নাযায় বাবে অঞ্চলটোৰ আৱাসীসকলে খাদ্যৰ হিচাপে মাংস আৰু মাছ গ্ৰহণ কৰে।

ইয়াত এখন স্কুল, এটা ডাকঘৰ, বেংক আৰু বিমান অৱতৰণৰ বাবে এটা ৰানৱে আছে। শীতকালত এই গাঁওখনৰ সকলোবোৰ বস্তুৱেই বৰফেৰে ঢাক খাই পৰে। বজাৰত বিক্ৰীৰ বাবে থোৱা সামগ্ৰীসমূহ বৰফ হৈ থাকে।

ভাৰতৰ পৰা আজিলৈকে মাত্ৰ কেইজনমান পৰ্যটকহে পৃথিৱীৰ এই আটাইতকৈ শীতল গাঁওখনৰ অভিজ্ঞতা ল’বলৈ গৈছে। ইয়ালৈ যোৱা পৰ্যটকসকলক স্থানীয় প্ৰশাসনে এখন মানপত্ৰও প্ৰদান কৰে ৷

Share4Tweet3Send

Related Posts

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ
ALL NEWS

নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ

by Staff Reporter
December 12, 2025
50
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম
ALL NEWS

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

by Staff Reporter
December 12, 2025
50
ADVERTISEMENT
Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা
National-International

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026
50
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?
National-International

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx