ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পাহাৰৰ পাঁচখন আসনৰ চাৰিখনতেই নতুন মুখ;

হিমন্ত বিশ্বৰ দপদপনি পাহাৰত

News Desk by News Desk
March 5, 2021
Reading Time: 1 min read
A A
0
পাহাৰৰ পাঁচখন আসনৰ চাৰিখনতেই নতুন মুখ;

New Logo Very Smal 1 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু :  কার্বি আংলং-ডিমা হাচা ও জিলাত এইবাৰ পাঁচখন বিধানসভা আসনৰ বাবে বিজেপি দলে চাৰিজন নতুন মুখৰ প্রার্থীক নির্বাচনত অৱতীর্ণ কৰিছে। আজি নতুন দিল্লীত এখন সংবাদমেলযােগে দলটোৰ শীর্ষ নেতাই এই কথা ঘােষণা কৰে। গেৰুৱা দলটোৰ দখলতেই আছে দুয়ােখন পার্বত্য জিলাৰ পাচোখন বিধানসভা আসন। মূলতঃ এইবাৰ পাহাৰত পৰিলক্ষিত হল হিমন্ত বিশ্ব শর্মাৰ দপদপনি।

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ আৰু ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদত নিজৰ প্রভাৱ বিস্তাৰ কৰি অহা মন্ত্ৰী ড: হিমন্ত বিশ্ব শর্মা আৰু কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত এইবাৰ পাহাৰত গেৰুৱা দলে প্রার্থী প্রক্ষেপ কৰিছে। উল্লেখনীয় কথাটোহল যে এইবাৰ ডিফু বিধানসভা সমষ্টিৰ পৰা মন্ত্রী চুম ৰংহাঙে দলীয় প্রার্থিত্ব লাভ নকৰিলে।

ইয়াৰোপৰি স্বাস্থ্যজনিত কাৰণতাে মন্ত্রীগৰাকী বাছনিত নুঠা বৃলি দলীয় সূত্রই প্রকাশ কৰিছে। মন্ত্রীগৰাকীৰ স্থানত কংগ্রেছ দলৰ পৰা তিনিবাৰকৈ বিধায়ক হােৱা বিদ্যাছিং ইংলেঙে ডিফু সমষ্টিব পৰা বিজেপি দলৰ প্রার্থিত্ব লাভ কৰিলে। আনহাতে, তিনিবাৰকৈ বৈঠালাংছ বিধানসভা সমষ্টি প্রতিনিধিত্ব কৰা বিধায়ক ডাঃ মানছিং ৰংপিয়েও এইবাৰ দলীয় প্রার্থিত্ব লাভৰ পৰা বঞ্চিত হব লগা হল।

তেওঁৰ স্থানত কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কার্যবাহী সদস্য ৰূপছিং টেৰণে সমষ্টিটোৰ পৰা দলীয় প্রার্থিত্ব লাভ কৰিলে। হাওৰাঘাট বিধানসভাসমষ্টিত এইবাৰ বিধায়ক জয়ৰাম ইংলেঙৰ স্থানত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সদস্য দৰছিং ৰংহাঙে প্রার্থিত্ব লাভ কৰিছে আৰু তেওঁ ৰংহাঙ পৰিয়ালৰ আত্মীয় ও ৰংহাং পৰিষদৰ অন্যতম ক্ষমতাশালী সদস্যৰূপে পৰিচিত। দূয়ােখন পার্বত্য জিলাত এইবাৰ বােকাজানৰ বিধায়ক ডাঃ নােমল মমিনেহে পুনৰ দলীয় প্রার্থিত্ব লাভ কৰিবলৈ সক্ষম হল।

ইপিনে, হাফলং বিধানসভা সমষ্টিৰ বর্তমানৰ বিধায়ক বীৰভদ্র হাগজেৰৰ স্থানত এইবাৰ পৰিষদৰ কার্যবাহী সদস্য নন্দিতা গাৰ্লোছাই দলীয় প্রাৰ্থীত্ব লাভ কৰিব লাভ কৰিলে। আনুষ্ঠানিক ঘােষণাৰ পাছতেই বিষম্বাদৰ সম্ভাৱনাও প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে। দলীয় প্রার্থিত্বৰ পৰা বঞ্চিত হলেও হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেঙে কংগ্রেছ দলৰ পৰা হাওৰাঘাট অথবা বৈঠালাংছ বিধানসভাৰ পৰা প্ৰাৰ্থী হােৱাৰ সম্ভাবনা ও প্রকাশ কৰিছে নিশ্চিত সূত্রটোৱে। উল্লেখ্য যে পাহাৰত বহু চর্চা হৈছিল কংগ্রেছ আৰু আঞ্চলিক দল এএছডিচিৰ মিত্রতাকলৈ। কিন্তু, মিত্রতা নােহােৱাত এতিয়া পাহাৰত বিজেপিৰ বিসম্বাদেই বিৰোধীৰ নির্বাচনী বৈতৰণী পাৰ হােৱাৰ উপায় হব পাৰে ।

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
ADVERTISEMENT
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
National-International

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026
50
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx