ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চিকিৎসক হত্যাৰ প্ৰতিবাদত ডিফুত চিকিৎসক সকলৰ ২৪ ঘণ্টীয়া কৰ্মবিৰতি

ASSAM TIMES POST by ASSAM TIMES POST
September 3, 2019
Reading Time: 1 min read
A A
0

RELATED POSTS

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

[captainform id=”1286858″ lightbox=”1″ miliseconds=”3000″ type=”auto-popup”]

ASSAM TIMES POST

ডিফুঃ অতিশয় নিৰ্দয় আৰু অমানৱীয় ভাবে যোৰহাটৰ টিয়কত কৰ্মৰত চিকিৎসক ডাঃ দেবেন দত্তক এদল উন্মাদ লোকে হত্যা কৰাৰ প্ৰতিবাদত পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফু অসামৰিক চিকিৎসালয়তো চিকিৎসক সকলে মঙলবাৰ পুৱাৰ পৰা বুধবাৰ পুৱা ৬ বজালৈ ২৪ ঘণ্টীয়া কৰ্মবিৰতি পালন কৰে ৷

ডিফু অসামৰিক চিকিৎসালয়ৰ জৰুৰীকালীন অপিডিৰ বাহিৰে সকলো অ’পিডিৰ দৰ্জা বন্ধ হৈ থকা পৰিলক্ষিত হয় ৷ ৰোগী সকলে কেইবাঘণ্টাও অপেক্ষা কৰি বিনা চিকিৎসাই ঘৰমুৱা হ’ব লগীয়া হয় ৷

ইণ্ডিয়ান মেডিকেল এছ’চিয়েছন আৰু আছাম মেডিকেল ছাৰ্ভিচ সন্থাৰ আহ্বান মৰ্মে ডিফু চিকিৎসা মহাবিদ্যালয়ত কৰ্মবিৰতিত থকা চিকিৎসক সকলৰ আছাম মেডিকেল ছাৰ্ভিচ সন্থাৰ কাৰ্বি আংলং সমিতিৰ হৈ প্ৰাক্তন সভাপতি কে, ৰাজখোৱা আৰু বৰ্তমান সভাপতি হিতেশ টেৰণে ডাঃ দেবেন দত্তৰ হত্যাৰ ন্যায় বিচাৰ খুজি চৰকাৰক দাবী জনাই সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰি কয় যে, আছাম মেডিকেল ছাৰ্ভিচ সন্থাই প্ৰতিটো বাৰ্ষিক অধিবেশনত চিকিৎসালয়ত কৰ্মৰত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে দাবী জনাই আহিছে যদিও চৰকাৰৰ অৱহেলাৰ বাবে এনে অমানৱীয় কাণ্ড সংঘটিত হবলৈ পালে৷

ডাঃ দেবেন দত্তৰ নিৰ্মম হত্যাকাণ্ডকলৈ সৰ্বস্তৰত প্ৰতিবাদ হ’ব লাগে বুলিও নেতা দুগৰাকী ৰাইজলৈ আহ্বান জনায়৷ চিকিৎসক সকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দুৰ্গম এলেকাত চিকিৎসা সেৱা আগবঢ়োৱাৰ পিছতো মানৱতাৰ সৰ্বোচ্ছ সীমা চেৰাই গৈ বয়োজ্যেষ্ঠ চিকিৎসক গৰাকীক হত্যা কৰাৰ গৰিহনা দিয়াৰ ভাষা নাই৷ এনে কাৰ্যত জড়িত সকলক দৃষ্টান্ত মূলক শাস্তি দিব লাগে বুলিও দাবী জনায় চিকিৎসক নেতা দুগৰাকীয়ে ৷ আনহাতে চিকিৎসক সকল কৰ্মবিৰতিত থাকিলেও জৰুৰীসেৱা, আদালতৰ কৰ্তব্য, পষ্ট ম’ৰ্টেম, জৰুৰী অ’টিৰ কাম-কাজ চলি থাকিব বুলিও জানিব পৰা গৈছে ৷

www.assamtimes post.com
fb.com/assamtimespost2019

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: karbi anglong
Share7Tweet5Send

Related Posts

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

by ASSAM TIMES POST
September 13, 2026
53
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

by News Desk
September 12, 2026
51
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

by News Desk
September 12, 2026
53
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ
Assam

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ

by News Desk
September 12, 2026
53
টুপামাৰীত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, তিনিজন গ্ৰেপ্তাৰ
Assam

টুপামাৰীত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, তিনিজন গ্ৰেপ্তাৰ

by News Desk
September 12, 2026
52
ADVERTISEMENT
Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ
National-International

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

September 14, 2026
50
Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ
National-International

Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

September 14, 2026
50
UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ
National-International

UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

September 14, 2026
50
BRICS India 2026 : শুল্কৰ পৰা যুদ্ধলৈকে ট্ৰাম্পৰ নীতিৰ ওপৰত দৃঢ় স্থিতি ব্ৰিকছৰ, বিৰল খনিজ সন্দৰ্ভত জিনপিঙলৈ মোদীৰ বাৰ্তা
National-International

BRICS India 2026 : শুল্কৰ পৰা যুদ্ধলৈকে ট্ৰাম্পৰ নীতিৰ ওপৰত দৃঢ় স্থিতি ব্ৰিকছৰ, বিৰল খনিজ সন্দৰ্ভত জিনপিঙলৈ মোদীৰ বাৰ্তা

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

September 14, 2026
Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

September 14, 2026
UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d