![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কোভিড সংক্ৰমণ আৰু মৃত্যুৰ সংখ্যা। যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে কোভিড নিয়ন্ত্ৰণৰ নতুন SOP প্ৰকাশ কৰিছে। সেই অনুসৰি বুধবাৰৰ পৰা বলৱৎ হ’ব সন্ধিয়া ৬ বজাৰ পৰা নৈশ সান্ধ্য আইন। আনহাতে, দিনৰ ২ বজাত বন্ধ কৰিব লাগিব সকলো দোকান-বজাৰ।













