![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা দ্ৰুত বৃদ্ধিত উদ্বিগ্ন ৰাজ্য প্ৰশাসন। বুধবাৰৰ পৰা ৰাজ্যত সকলো শিক্ষানুষ্ঠান, হোষ্টেল, কোচিং চেণ্টাৰ অনিৰ্দিষ্টকালৰ বাবে বন্ধ ঘোষণা কৰিলে ৰাজ্য শিক্ষা বিভাগে।
উল্লেখ যে প্ৰাক-প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পয্যন্ত বন্ধ ঘোষণা কৰিলে শিক্ষানুষ্ঠান। গুৰুত্বপূৰ্ণ কথা যে ৰাজ্যত ক্ৰমাৎ জটিল হৈ পৰিছে ক’ভিড পৰিস্থিতি ।













