ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰ্বি স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ মহানুভৱতাঃ জটিল ৰোগত আক্ৰান্তক ৫০ হাজাৰ টকাকৈ

ASSAM TIMES POST by ASSAM TIMES POST
September 5, 2019
Reading Time: 1 min read
A A
0
কাৰ্বি স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ মহানুভৱতাঃ জটিল ৰোগত আক্ৰান্তক ৫০ হাজাৰ টকাকৈ

RELATED POSTS

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

ASSAM TIMES POST

আছাম টাইমছ্ প’ষ্টৰ বিশেষ প্ৰতিবেদন

প্ৰতিবেদন যুগুতালে ছাইদুল ইছলামঃ 

শাসনৰ গাদীত বহাৰ পাছত এচাম ক্ষমতালোভী জননেতাই নিজৰ লাস-বিলাসত মচগুল হৈ প্ৰজা বা সাধাৰণ জনতা তথা দুখীয়া-দৰিদ্ৰ লোকলৈ পিঠি দিয়াৰ উদাহৰণ অলেখ আছে৷ 

কিন্তু সেই সকলোবোৰ ধাৰণা নুই কৰি তিনিবাৰকৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ গাদী দখল কৰা তুলিৰাম ৰংহাঙে ভাৰতীয় জনতা পাৰ্টিৰ আমোলত পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্যৰ পদত অধিষ্ঠিত হোৱাৰ লগেলগেই যেন পণ কৰি লৈছে কাৰ্বি পাহাৰৰ অকল্পনীয় পৰিৱৰ্তন সাধন কৰাৰ৷

কাৰ্বি পাহাৰৰ দুৰ্গম এলেকাৰ জনসাধাৰণৰ দুখ-দুৰ্দশাৰ কথা সোঁশৰীৰে বুজ লৈ সেইবোৰ অঞ্চলৰ সৰ্বাঙ্গীন উন্নয়ন, বিভিন্ন বাট-পথ, নগৰাঞ্চলৰ আমোল পৰিৱৰ্তনৰ লগতে স্প’ৰ্টছ কমপ্লেক্স, মিনি ষ্টেডিয়াম, ইনড’ৰ ষ্টেডিয়াম আদি নিৰ্মাণ কৰি জিলাখনত ক্ৰীড়া সংস্কৃতিৰ লগতে কৰ্মসংস্কৃতি গঢ়ি তুলিবলৈ উদ্যোগলৈ অহা পৰিলক্ষিত হৈছে৷

এমঅ’এছ বা এমইউএছ চুক্তিৰ বাবে আবণ্টিত পুঁজিৰ সদ ব্যৱহাৰ কৰি পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ ঐতিহাসিক পৰিৱৰ্তন সাধিবলৈ সক্ষম হৈছে জননেতা তুলিৰাম ৰংহাঙ৷ শেহতীয়াকৈ তেওঁৰ মহানুভৱতাৰ কথা প্ৰকাশ পাইছে জিলাখনৰ বিভিন্ন বিভিন্ন স্থানত দুৰাৰোগ্য আৰু জটিল ৰোগত ভুগি থকা একাংশ ৰোগীক ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা কাৰ্যত৷

জানিব পৰা মতে, যোৱা কেইদিনৰ ভিতৰত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৰংখাং পৰিষদীয় সমষ্টিৰ টেংকেৰালাংছ’ৰ ছিম ক্ৰামছাৰ কন্যা মিৰ্দান ক্ৰামছাপী জিএমচিএইচত দুৰাৰোগ্য ৰোগত চিকিৎসাধীন হৈ থকাৰ বাবে ৫০ হাজাৰ টকা, নিলীপ পৰিষদীয় সমষ্টিৰ দিলাৰাম টেৰণ গাঁৱৰ শিশু ৰবাৰ্ট টেৰাঙৰ চিকিৎসাৰ বাবদ ৫০ হাজাৰ টকা, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা বৰজান সমষ্টিৰ হিডিপি বে’ গাঁৱৰ মহিলা মৃত্যিকা তিচ’পীলৈ চিকিৎসাৰ বাবদ ৫০ হাজাৰ টকা, বোকাজান দেওপানীৰ জপৰালাংচ’ৰ মুখমণ্ডলত টিউমাৰত আক্ৰান্ত মহিলা বাৰিকা টেৰণপীলৈ ৫০ হাজাৰ টকা, নিলীপ পৰিষদীয় সমষ্টিৰে চ’কীহলাৰ অগ্নিদগ্ধ হোৱা ৰজনী ইংতিপীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে৷ কাৰ্বি আংলং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহঙৰ এই প্ৰচেষ্টাত আছাম টাইমছ্ প’ষ্টৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featuredfeatured3karbi anglong
Share167Tweet16Send

Related Posts

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

by ASSAM TIMES POST
September 13, 2026
53
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

by News Desk
September 12, 2026
51
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

by News Desk
September 12, 2026
53
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ
Assam

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ

by News Desk
September 12, 2026
52
টুপামাৰীত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, তিনিজন গ্ৰেপ্তাৰ
Assam

টুপামাৰীত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, তিনিজন গ্ৰেপ্তাৰ

by News Desk
September 12, 2026
52
ADVERTISEMENT
Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ
National-International

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

September 14, 2026
50
Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ
National-International

Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

September 14, 2026
50
UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ
National-International

UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

September 14, 2026
50
BRICS India 2026 : শুল্কৰ পৰা যুদ্ধলৈকে ট্ৰাম্পৰ নীতিৰ ওপৰত দৃঢ় স্থিতি ব্ৰিকছৰ, বিৰল খনিজ সন্দৰ্ভত জিনপিঙলৈ মোদীৰ বাৰ্তা
National-International

BRICS India 2026 : শুল্কৰ পৰা যুদ্ধলৈকে ট্ৰাম্পৰ নীতিৰ ওপৰত দৃঢ় স্থিতি ব্ৰিকছৰ, বিৰল খনিজ সন্দৰ্ভত জিনপিঙলৈ মোদীৰ বাৰ্তা

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

September 14, 2026
Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

September 14, 2026
UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d