ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সাংবাদিকৰ আগত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি স্বায়ত্ত ৰাজ্যৰ সমৰ্থনত সংসদত সাংসদ হৰেণছিং বে’ৰ প্ৰথম ভাষণ

ASSAM TIMES POST by ASSAM TIMES POST
July 4, 2019
Reading Time: 1 min read
A A
0
সাংবাদিকৰ আগত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি স্বায়ত্ত ৰাজ্যৰ সমৰ্থনত সংসদত সাংসদ হৰেণছিং বে’ৰ প্ৰথম ভাষণ

ডিজিটেল সেৱা, ডিফুঃ বিগত লোকসভা নিৰ্বাচন ৩ পাৰ্বত্য জিলা (অ: জা) ডিফু লোকসভা সমষ্টিৰ একমাত্ৰ সাংসদৰ পদটোৰ বাবে বিজেপি দলৰ হৈ বিপুল সংখ্যক ভোটত নিৰ্বাচনত বিজয়ী হোৱাৰ পিছত সাংসদ হৰেণ ছিং বেৰ সংসদৰ প্ৰথম বাক্য হ’ব ২৪৪( ক) অৰ্থাৎ স্বৰাজ্য ৰূপায়ণৰ ওপৰত ৷ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি ৪ জুলাইত বিয়লি ১ বজাত সংসদৰ শূন্যকালীনত সাংসদ হৰেণছিং বে’ই সাংবাদিকৰ আগত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি ভাৰতীয় সংবিধানত ষষ্ঠ অনুসূচীত জনজাতিৰ বাবে থকা ২৪৪ ( ক) অধীনত স্বৰাজ্য ৰূপায়ণৰ সমৰ্থনত প্ৰথমটো ভাষণ প্ৰদান কৰে ৷ তেওঁ যুক্তি দৰ্শাই পাৰ্বত্য জিলা তিনিখনলৈ অধিক ক্ষমতা হস্তান্তৰৰ বাবে সংবিধান প্ৰদত্ত দাবী ২৪৪( ক) ৰূপায়ণৰ কথা কয়৷ তদুপৰি খেৰণিত বিজেৰিৰ শীৰ্ষ নেতা এলকে আদৱানি আৰু ডকমকাত ৰাজনাথ সিঙেও পাৰ্বত্য জিলা তিনি পাৰ্বত্য জিলাক সাঙুৰি স্বৰাজ্য প্ৰদান কৰাৰ নিৰ্বাচনোত্তৰ ভাষণৰ কথাও ভাষণত উল্লেখ কৰে ৷

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে
National-International

July 3, 2026
50
Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

Earthquake in Venezuela : ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ ৮ দিনৰ পাছত ধ্বংসস্তুপৰ পৰা ওলাল জীয়াই থকা ব্যক্তি

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

July 3, 2026
Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

July 3, 2026
Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT