ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰবি বিদ্ৰোহী সংগঠনৰে চৰকাৰৰ প্ৰস্তাৱিত শান্তি চুক্তিকলৈ ডিফুত দল-সংগঠনৰ সংবাদমেল

News Desk by News Desk
June 9, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST
ছাইদুল ইছলাম

RELATED POSTS

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

ডিফু : কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগতে পাৰ্বত্য জিলা কাৰবি আংলঙৰ অস্ত্ৰবিৰত কেইবাটাও উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে সম্পাদন হ’বলগীয়া বহু চৰ্চিত শান্তিচুক্তি খনকলৈ কাৰবি আংলঙৰ বিভিন্ন দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আজি ডিফুস্থিত কেএছএ লামডিং ৰোডস্থিত কাৰ্যালয়ত কেইবাটাও সংগঠনে এক যৌথ সংবাদমেলৰ আয়োজন কৰি চুক্তি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ সংবাদমেলটোত কাৰবি ছাত্ৰ সন্থা,এইছএছডিচি, কেৱাইডব্লিউজেএফ, এছৱাচি, এছৱাইজে,ইউকেডব্লিউ আদি সংগঠনে জিলাখনত শান্তি স্থাপনৰ নামত ইটোৰ পিছত সিটো চুক্তি সম্পাদন হোৱাৰ কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে ৷ এএছডিচি দলৰ সাধাৰণ সম্পাদক লাইচান ইংলেঙে সাংবাদিকসকলক সম্বোধন কৰি কয় যে, ১৯৯৫ চনৰ পৰাই জিলাখনত একাধিক চুক্তি স্বাক্ষৰিত হৈ আহিছে এমঅ’এছ চুক্তিক আজিলৈকে বিধায়কেই উত্থাপন নহ’ল ৷

উল্লেখিত চুক্তিসমূহ ৰূপায়ণ হোৱাৰ পৰিৱৰ্তে কেৱল অৰ্থনৈতিক পেকেজ আগবঢ়াই আহিলেই জিলাখনত কোনো কাৰণতেই স্থায়ী শান্তি স্থাপন সম্ভৱপৰ নহয় বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে চৰকাৰে কেৱল হাতত অস্ত্ৰলোৱা সংগঠনসমূহৰ সৈতেহে চৰকাৰে আলোচনাত বহে কিন্ত্তু জিলাখনত আন্দোলন কৰি অহা অনান্য সংগঠনসমূহৰ সৈতে আলোচনাত বহিবলৈ আগ্ৰহ প্ৰকাশ নকৰে বুলি আক্ষেপ প্ৰকাশ  নকৰে ৷ আনহাতে সম্পাদন হ’বলগীয়া শান্তি চুক্তি সন্দৰ্ভত ৰাইজে কোনো বিষয়েই অৱগত নহয় বুলি মন্তব্য কৰি কেৱল সংবাদ মাধ্যমৰ জৰিয়তেহে কেতবোৰ তথ্য লাভ কৰাৰ সুযোগ লাভ কৰা বুলি কয় লাইচান ইংলেঙে ৷

আনহাতে প্ৰস্তাৱিত চুক্তিখনত স্বায়ত্তশাসিত ৰাজ্য সন্দৰ্ভত কোনো বিষয় উল্লেখ কৰা হোৱা নাই বুলি অনুমান ব্যক্ত কৰি নেতাগৰাকীয়ে স্বায়ত্তশাসনৰ বিষয়ে কোনো উল্লেখ অবিহনে এই চুক্তিয়ে কিমানদূৰ শান্তি স্থাপন কৰিব পাৰিব তাকলৈ এক প্ৰশ্নবোধক থাকিব বুলি সন্দেহ প্ৰকাশ কৰে ৷

আনহাতে চুক্তিখনৰ জৰিয়তে যদিহে শান্তি আৰু উন্নয়ণৰ পোষকতা কৰা হৈছে তেন্তে এলেকাটোৰ সকলো সমাজ, ছাত্ৰ, যুৱক বুদ্ধিজিৱীক বিশ্বাসতলৈ আগবাঢ়িব লাগে বুলি এইছএছডিচিৰ সাধাৰণ সম্পাদকগৰাকীয়ে দাবী কৰে ৷ আনহাতে মূলসূতীলৈ আহি আলোচনাৰ জৰিয়তে শান্তিচুক্তিত স্বাক্ষৰ কৰিবলৈ আগবঢ়া বিদ্ৰুোহী সংগঠনসমূহৰ নেতৃবৰ্গক এই প্ৰক্ৰিয়ালৈ আদৰণি জনাই ইংলেঙে লগতে স্বায়ত্তশাসিত ৰাজ্য নহ’লেও এই চুক্তিৰ জৰিয়তে যাতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে আইন শৃংখলা নিয়ন্ত্ৰণৰ ক্ষমতা, ৰিজাৰ্ভ বেংকত একাউণ্ট খোলাৰ ক্ষমতা আৰু নিজাববীয়াকৈ লোক সেৱা আয়োগ গঠন কৰিবলৈ ক্ষমতা লাভ কৰিবলৈ সক্ষম হয় সেই সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰাৰ আহ্বান জনায় ৷ লগতে জিলাখনৰ স্থায়ী শান্তি আৰু উন্নয়নৰ স্বাৰ্থত স্বাক্ষৰিত হ’বলগীয়া প্ৰস্তাৱিত শান্তি চুক্তিখনত সকলো দল-সংগঠনক বিশ্বাসত লৈ আমন্ত্ৰণ জনাব লাগে বুলি মন্তব্য কৰে ৷

আনহাতে স্বায়ত্তৰাজ্য হাচিল নোহোৱালৈকে গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব লাগিব বুলি নেতাগৰাকীয়ে মন্তব্য  কৰে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx