ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চাউলত গণেশৰ ছবি অংকণ কৰি বিশ্ব অভিলেখ ডিফুৰ জীয়ৰী প্ৰিয়ঙ্কা শইকীয়াৰ

News Desk by News Desk
June 24, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : “মন কৰিলেই ছন”, “অভ্যাশৰ নৰ কৰ্ণ পথে কৰে শৰ” এই আপ্ত বাকী কেইশাৰীৰ যথাযথ সৎ ব্যৱহাৰ কৰিছে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুৰ প্ৰিয়ঙ্কা শইকীয়াই ৷ অসাধ্যকো সাধন কৰি তাই এটি ক্ষুদ্ৰ চাউলৰ বক্ষত অংকণ কৰি উলিয়াইছে ভগৱান শ্ৰীগণেশৰ ছবি ৷ এনে কৃতিৰ বাবে প্ৰিয়ঙ্কা শইকীয়ীলৈ ৱৰ্লড ৰেকৰ্ডছ অৱ এক্সেলেন্সীৰ তৰফৰ পৰা ইণ্টাৰ নেছনেল বুক অৱ ৰেকৰ্ডছত প্ৰিয়ঙ্কা শইকীয়াৰ নাম অংকন কৰিছে ৷ তাইৰ এনে বিৰল কৃতিত্বৰ বাবে তাইলৈ ডাক যোগে পঠিয়াইছে এক প্ৰমাণ-পত্ৰ ৷ বিশ্বব্যাপি কৰোণা মহাৰীৰ প্ৰকোপ অব্যাহত থকাৰ মাজতে প্ৰিয়ঙ্কা শইকীয়াই ডিফুস্থিত আৰক্ষী ছাউনীৰ নিজ ঘৰতে বহি ০’০ আকাৰৰ বেজীৰে ০’২ মি,মি: ব্যাসাৰ্দ্ধ আৰু ০’৮ মি:মি: ব্যাসাৰ্দ্ধৰ এটি ক্ষুদ্ৰ চাউলৰ বুকুত অংকিত কৰে ভগৱান শ্ৰী গণেশৰ ছবি ৷

যোৱা ২২ এপ্ৰিলত মাত্ৰ ৫৮ ছেকেণ্ডত গণেশৰ ছবি অংকণ কৰি উলিওৱা প্ৰক্ৰিয়াটেৰ সম্পূৰ্ণ ভিডিঅ’ ৰেকৰ্ডিঙ ইণ্টাৰনেছনেল বুক অৱ ৰেকৰ্ডছলৈ প্ৰিয়ঙ্কাই প্ৰেৰণ কৰাৰ পিছত ১৮ জুনত ডাকযোগে প্ৰিয়ঙ্কাৰ হাতত পৰে তাইৰ বিশ্ব অভিলেখৰ প্ৰমাণ পত্ৰখন ৷ উক্ত প্ৰমান পত্ৰখন হাতত পাই স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে প্ৰিয়ঙ্কা শইকীয়া ৷ ডিফু আৰক্ষী ছাউনিৰ নিৱসী প্ৰয়াত পদ্মকান্ত শইকীয়া আৰু ৰুমী দেৱীৰ কণ্যা প্ৰিয়ঙ্কা শইকীয়াৰ এনে সৃষ্টিশীল চিন্তাৰ বাবে এতিয়া প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে ৷ প্ৰিয়ঙ্কা শইকীয়াই ডিফু শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ডিফু ৰেণু তেৰণপী জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় ৷ ইয়াৰ পিছত ক্ষেত্ৰীৰ ডিমৰীয়া কলেজৰ পৰা স্নাতক পৰীক্ষাত উত্ৰীৰণ হৈ অসম বিশ্ব বিদ্যালয় ডিফু চৌহদৰ পৰা নৃ-বিদ্যা বিভাগত স্নাতকোত্তৰ কৰে ৷

এই প্ৰতিবেদকৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰিয়ঙ্কা শইকীয়াই কয় যে, আনৰ অভিলেখ ভংগ কৰাতকৈ নিজে কিবা নতুন সৃষ্টি কৰিব পাৰি নেকি তাৰে এক চিন্তা মনলৈ অহা ভাবে ক্ষুদ্ৰ চাউলৰ বুকুত গণেশৰ দৰে ছবি অংকণ কৰিবলৈ তাই সক্ষম হৈছে ৷ প্ৰিয়ঙ্কা শইকীয়াৰ ছবি অংকণৰ ওপৰিও বিভিন্ন নৃত্য, নাটক আদিচ সুৰুচি থকা বুলিও এই প্ৰতিবেদকৰ ওচৰত ব্যক্ত কৰে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx