ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফু চহৰত প্লাষ্টিকৰ বিৰুদ্ধে অভিযান ডিফু পৌৰ নিগমৰঃ প্লাষ্টিক উদ্ধাৰ হোৱা দোকানত ১০০০ টকাকৈ জৰিমনা ডিফু পৌৰ নিগমৰ

ASSAM TIMES POST by ASSAM TIMES POST
September 13, 2019
Reading Time: 1 min read
A A
0
ডিফু চহৰত প্লাষ্টিকৰ বিৰুদ্ধে অভিযান ডিফু পৌৰ নিগমৰঃ প্লাষ্টিক উদ্ধাৰ হোৱা দোকানত ১০০০ টকাকৈ জৰিমনা ডিফু পৌৰ নিগমৰ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

ছাইদুল ইছলাম,ডিফুঃ কাৰ্বি আংলং সদৰ চহৰ ডিফুত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰা প্লাষ্টিকৰ ওপৰত নৱগঠিত ডিফু পৌৰ নিগমে তীব্ৰ অভিযান চলাই আজি বহু পৰিমানৰ প্লাষ্টিক জব্দ কৰে৷ ডিফু পৌৰ নিগমৰ অধ্যক্ষ ৰাহ ক্ৰ’ৰ নেতৃত্বত অতৰ্কিতে চলা এই অভিযানত অবৈধ ভাবে প্লাষ্টিকৰ ৰখাৰ বাবে ডিফু মূল বজাৰ, পাৱাৰ হাউছ, বিৰলা, তাৰালাংচ তিনিআলিৰ একাংশ ব্যৱসায়ীক পৌৰ নিগমৰ তৰফৰ পৰা জৰিমনা হিচাপে ১০০০ টকাকৈ জৰিমনা বিহে৷

এই সন্দৰ্ভত পৌৰ নিগমৰ অধ্যক্ষ ৰাহ ক্ৰ’ই সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় যে, ডিফু পৌৰ নিগমৰ তৰফৰ পৰা পূৰ্বেই সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনা মৰ্মে চহৰখনত স্বাস্থ্যৰ বাবে অপকাৰী প্ৰদূষণ সৃষ্টি হোৱাত সহায়ক প্লাষ্টিকৰ বিক্ৰি আৰু ব্যৱহাৰ বন্ধ কৰিবলৈ জাননী জাৰি কৰা হৈছিল যদিও একাংশ অসাধু পাইকাৰী ব্যৱসায়ীয়ে নিজৰ মুনাফা লাভৰ বাবে গোপনে উক্ত প্লাষ্টিকৰ বিক্ৰি অব্যাহত ৰাখিছিল ৷

a7eb8732 ecf9 4525 9261 8c95e6a5c26c | ASSAM TIMES POST

অধ্যক্ষ ৰাহ ক্ৰ’ই উক্ত কাৰ্যৰ বিষয়ে ৱাৰ্ড কমিচনাৰ হাৰাধন ঘোষ, সাগৰ ছেত্ৰী ছিমন ফাংচ’ আৰু আন কেইবাগৰাকী ৱাৰ্ড কমিচনাৰ ডিফু পৌৰ নিগমৰ বিষয় ববীয়াক লগতলৈ এই অভিযান চলায়৷ আনহাতে একাংশ গাহৰি মাংস বিক্ৰেতাই গাহৰিৰ নোম ভালদৰে গৰম পানীৰে পৰিষ্কাৰ নকৰি গেছেৰে বা অন্য উপাদানেৰে জলাই নোম অপৰিষ্কাৰ কৰি বিক্ৰি কৰি থকা প্ৰত্যক্ষ কৰি গাহৰি বিক্ৰেতা সকলক নীতি বহিঃৰ্ভূতবাবে গাহৰি বিক্ৰি কৰাৰ বাবেও ১০০০ টকাকৈ জৰিমনা বিহে৷

ইয়াৰ পিছতো চহৰখনৰ কোনো দোকানত প্লাষ্টিকৰ ক্ৰয়-বিক্ৰয় হয় আৰু গাহৰী মাংস ব্যৱসায়ী সকলে যদি গাহৰি নোম ভালদৰে পৰিষ্কাৰ কৰি গাহৰি বিক্ৰি নকৰে তেন্তে এনে অপৰাধৰ বাবে পৰৱৰ্তী জৰিমনা ১০,০০০ টকালৈ বৃদ্ধি কৰা হ’ব বুলি অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিছে ৷ শেষত আজি জব্দ কৰা প্লাষ্টিক সমূহ ডিফু ৰাজহুৱা শ্মশান ঘাট পথত জ্বলাই দিয়া হয় ৷

Tags: Featuredkarbi anglong
Share11Tweet3Send

Related Posts

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
ADVERTISEMENT
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx