ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মাঞ্জাত ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ মহিলা লিংকমেন আটক

ASSAM TIMES POST by ASSAM TIMES POST
September 14, 2019
Reading Time: 1 min read
A A
0
মাঞ্জাত ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ মহিলা লিংকমেন আটক

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

বকলীয়াঘাট/ডিফুঃকাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীয়ে নৱগঠিত উগ্ৰপন্থী সংগঠন ডিমাছা নেছনেল লিবাৰেছন আৰ্মী চমুকৈ ডিএনএলএৰ এগৰাকী মহিলা লিংকমেনক আটক কৰা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি ডিএনএলএৰ পৰা মাঞ্জাৰ এগৰাকী বালি ব্যৱসায়ীক ডিএনএলৰ তৰফৰ পৰা ৫০ হাজাৰ টকা দাবী কৰাত ব্যৱসায়ী জনে ২০ হাজাৰ টকা দিবলৈ সন্মত হয় আৰু উক্ত ধনৰ বাবে ব্যৱসায়ীজনৰ ঘৰত এগৰাকী মহিলা আহি ব্যৱসায়ী জনৰ পৰা ধনখিনি লৈ যায় ৷

পিছত আৰক্ষীয়ে গম পাই ব্যৱসায়ী জনক এই সন্দৰ্ভত সোধ পোছ কৰাত ব্যৱসায়ী জনে উক্ত মহিলাগৰাকীক ২০ হাজাৰ টকা দিয়া বুলি কয় ৷ ব্যৱসায়ী জনৰ স্বীকাৰোক্তিৰ ভিত্তিত মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাৰ নেতৃত্বত মাঞ্জা আৰক্ষীয়ে মাঞ্জা থানা এলেকাধীন আপাৰ ইকৰাণীৰ নিজ ঘৰৰ পৰা টুনকিম বডোচা (৩২) নামৰ মহিলা গৰাকীক আটক কৰিবলৈ সক্ষম হয় ৷

ধৃত মহিলা লিমকমেনজনীৰ পৰা নগদ ৮ হাজাৰ টকা উদ্ধাৰ কৰিছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত মাঞ্জা থানাত ২৩/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২০(খ), ৩৮৭/৩৪ ত এক গোছৰ ৰুজো দি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ ধৃত মহিলা গৰাকী ডিএনএলএৰ ছেকেণ্ড লেফটেনেণ্ট হাওলাট নুনিছা ওৰফে ৰাইথাইৰ পত্নী টুনকিম বডোছা (৩২) বুলি জানিব পৰা গৈছে ৷ মাঞ্জা আৰক্ষীৰ প্ৰচেষ্টাক ৰাইজে শলাগ লৈছে ৷

Tags: Featuredkarbi anglong
Share4Tweet3Send

Related Posts

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2026
50
Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক
KARBI ANGLONG

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

by News Desk
May 22, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

by News Desk
May 20, 2026
50
হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।
KARBI ANGLONG

হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।

by Staff Reporter
May 20, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
ADVERTISEMENT
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
50
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬
National-International

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
50
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী
National-International

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026
50
AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ
National-International

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx