ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিবাহিতা মহিলাক একপক্ষীয় প্ৰেম নিবেদন কৰিবলৈ আহি ৰঙা ঘৰৰ আলহী হ’ল দৰঙৰ যুৱক

ASSAM TIMES POST by ASSAM TIMES POST
September 17, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ছাইদুল ইছলাম, ডিফুঃ ছ’চিয়েল মেডিয়াক সাৰথি কৰি এগৰাকী বিবাহিতা মহিলাৰ সৈতে এক পক্ষীয় প্ৰেম নিবেদন কৰিবলৈ আহি ডিফুত ৰঙা ঘৰৰ আলহী হ’ল দৰঙৰ এজন যুৱক ৷

RELATED POSTS

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

ভূক্তভোগী মহিলা গৰাকীয়ে অভিযোগ কৰা অনুসৰি মহিলা গৰাকী এটি সন্তানৰ মাতৃ আৰু বিবাহিতা মহিলা ৷ বিগত এবছৰ ধৰি দৰং জিলাৰ এগৰাকী অজ্ঞাত লোকে মহিলা গৰাকীৰ মোবাইলত ফোন কৰি মহিলা গৰাকীৰ সৈতে প্ৰেমৰ প্ৰস্তাৱ দিয়ে ৷ মহিলা গৰাকীয়ে নিজকে বিবাহিতা আৰু এটি সন্তানৰ মাতৃ বুলি জনোৱাৰ পিছতো লম্পট স্বভাৱৰ লোকজনে মহিলা গৰাকীৰ কথালৈ কোনো গুৰুত্ব আৰোপ নকৰি মহিলা গৰাকীক অৰ্হনিশে ফোন কৰি ব্যতিব্যস্ত কৰি তোলে ৷

লোকজনে কোনোপ্ৰকাৰে মহিলা গৰাকীৰ ফটো একপি যোগাৰ কৰি লোকজনৰ ফটোৰ সৈতে মহিলা গৰাকীৰ ফটো এডিট কৰি সংযুক্ত কৰে আৰু উক্ত ফটো মৰিগাওঁ জিলাৰ মৈৰাবাৰী থানাৰ মাৰ্কেঢিঙৰ থকা মহিলা গৰাকীৰ স্বামীৰ হোৱাটচ্ এপত প্ৰেৰণ কৰে ৷ ইয়াৰ পিছতে মহিলা গৰাকীৰ সংসাৰত ক্ষোভৰ জুই জলিবলৈ ধৰে ৷

মহিলা গৰাকীৰ স্বামীয়ে মহিলা গৰাকীক সন্তানৰ সৈতে ডিফু স্থিত পিতৃ গৃহলৈ পঠিয়াই দিয়ে ৷ পিতৃ গৃহত অহাৰ পিছতো লম্পট লোকজনে মহিলা গৰাকীক ফোনত আমনি দিবলৈ এৰা নাছিল মঙলবাৰে পুৱা পুণৰ লোকজনে ফোন কৰি মহিলা গৰাকীক জনায় যে, তেওঁ ডিফুত আহিছে আৰু তাইক সাক্ষাৎ কৰিব খুজিছে ৷

সেই মৰ্মে মহিলা গৰাকী দুজন আত্মীয়ক লগতলৈ ডিফু কাছা খল পথাৰৰ ওচৰৰ ডিফু – নগাওঁ ঘাই পথলৈ আহি লোক জনক বিচাৰিবলৈ ধৰে ৷ তৎমূহূৰ্তত অজ্ঞাত লোকজনে মহিলা গৰাকীৰ হাতত থাপ মাৰি ধৰে আৰু ওচৰতে নগাওঁ অভিমূখে যাবলগীয়া বাছত বলপূৰ্বক উঠাই লৈ যাবলৈ ধৰে ৷

সেই মহিলা গৰাকীৰ আত্মীয় দুজনে মহিলা গৰাকীক ৰক্ষা কৰাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬/৫১১ ধাৰাত এক গোছৰ ৰুজো কৰি লোক জনক ডিফু ন্যায়িক আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ পিছত সোধ পোছ ক্ৰমে যুৱকজন দৰঙ জিলাৰ মঙলদৈ থানা অন্তৰ্গত ২ নং কছাৰীভেটীৰ নুৰ ইছলামৰ পুত্ৰ মোস্তাফা আহমেদ(২৬) বুলি চিনাক্ত কৰা হৈছে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx