ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিশ্বনাথ চাৰি আলি কাৰবি ছাত্ৰ সন্থাৰ শান্তিচুক্তি স্বাক্ষৰকাৰী ছয় বিদ্ৰোহী সংগঠনৰ নেতাক সম্বৰ্ধনা:

ASSAM TIMES POST by ASSAM TIMES POST
October 10, 2021
Reading Time: 1 min read
A A
0

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু : যোৱা ৪ ছেপ্তেম্বৰত নতুন দিল্লীত ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰকাৰী কাৰবি আংলঙৰ ছয় বিদ্ৰোহী সংগঠনৰ নেতৃবৰ্গক আজি ডিফু ক্লাৱত কাৰবি ছাত্ৰ সন্থা চমুকৈ কেএছএৰ বিশ্বনাথ চাৰিআলি জিলা সমিতিৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জনোৱা হয় ৷

কেএছএ বিশ্বনাথ চাৰি আলি জিলা সমিতিৰ সভাপতি অৰুণ ফাংচ’ৰ নেতৃত্বত প্ৰায় অৰ্দ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু অনান্য সংগঠনে এখন বাছেৰে ডিফুত উপস্থিতহৈ ডিফু ক্লাৱত অনুষ্ঠিত কৰা সম্বৰ্ধনা অনুষ্ঠানত একোখনকৈ বুকি আৰু মাফলাৰেৰে চুক্তি স্বাক্ষৰকাৰী নেতা সকলক সম্বৰ্দ্ধনা জনায় ৷

সম্বৰ্দ্ধনা অনুষ্ঠানত চুক্তি স্বাক্ষৰকাৰী উগ্ৰপন্থী সংগঠন সমূহৰ প্ৰাক্তন আৰু শীৰ্ষ নেতৃ সকলে চুক্তিখনৰ বিশেষত্ব আৰু ইয়াৰ সফল ৰূপায়ণ কি দৰে কৰিব পাৰি তাৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায় ৷ সসম্বৰ্ধনা সভাৰ পিছত চুক্তি স্বাক্ষৰকাৰী পিডিচিকেৰ প্ৰাক্তন অধ্যক্ষ সংবিজিত ইংতি কাথাৰে কয়যে কাৰবি শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ বাবে কেএছএৰ বিশ্বনাথ চাৰিআলি জিলা সমিতি সন্তুষ্ট হৈ চুক্তি স্বাক্ষৰকাৰী নেতৃবৰ্গৰ সম্বৰ্ধনা কাৰ্যক সংগঠন সমূহে শলাগ লৈছে ৷

চুক্তিখনত দুই পাহাৰীয়া জিলাৰ বাহিৰত থকা অৰ্থাত ভৈয়ামৰ কাৰবি সকলৰ বাবে চুক্তিখনৰ ৩’৫ আৰু ৩’৬ দফাত বিশেষ সুবিধা ৰাখিছে ৷সেই মৰ্মে ভৈয়ামৰ কাৰবি সকলৰ বাবে অনুসূচীত জনজাতিৰ মৰ্যদাৰ দিয়াৰ বাবে সংগঠন সমূহ সংকল্পবদ্ধ ৷ অৱশ্যে উক্ত বিষয়টিকৈ বিশ্বনাথ চাৰিআলিৰ কেএছএই চুক্তি স্বাক্ষৰকাৰী ছয় উগ্ৰপন্থী সংগঠন সমূহৰ ওচৰত স্মাৰকপত্ৰ অৰ্পন কৰিছিল বুলি জানিব পৰা গৈছে ৷

আগত দিনত সময়ত উক্ত বিষয় ভাৰতীয় সংবিধান সংশোধন কালত অন্তৰ্ভূক্ত কৰা হব বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ ইয়াৰোপৰি নেতা গৰাকীয়ে ভৈয়ামৰ কাৰবি সকলৰ বাবে কাৰবি ৱেলফেয়াৰ অট’নমাছ কাউঞ্চিল গঠনৰ যোগেদি ভৈয়ামৰ কাৰবি সকলৰ উন্নয়ন সাধন কৰা হব বুলি কয় ৷ আনহাতে কেএছএৰ বিশ্বনাথ চাৰিআলি জিলা সমিতিৰ সভাপতি অৰুণ ফাংচ’ৱে সাংবাদিকৰ আগত কয়যে শান্তি চুক্তিৰ দফা ৩’৫ আৰু ৩’৬ অনুসৰি ভৈয়ামৰ কাৰবি সকলৰ উন্নয়নৰ লগতে অনুসূচীত জনজাতিৰ মৰ্যদা পাব বুলি কেএছএ আশাবাদী ৷

চুক্তি স্বাক্ষৰকাৰী নেতৃবৰ্গক সম্বৰ্দ্ধনা জনাবলৈ পাই কেএছএ অতিকৈ সুখী বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ আজিৰ সম্বৰ্দ্ধনা অনুষ্ঠাত চুক্তি স্বাক্ষৰকাৰী উগ্ৰপন্থী সংগঠনৰ কেউগৰাকী শীৰ্ষ নেতাৰ লগত চুক্তি স্বাক্ষৰৰ মধ্যস্থতাকাৰী জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট লেখক বৰছিং ৰংফাৰো উপস্থিত থাকে ৷

Tags: karbi anglong
Share4Tweet3Send

Related Posts

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

by ASSAM TIMES POST
July 25, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
ADVERTISEMENT
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

July 25, 2026
50
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
National-International

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026
50
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ
National-International

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

July 25, 2026
50
Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে
National-International

Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

July 25, 2026
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx