ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৭টা কাৰণত কেৱল চিত হৈ শুব

Staff Reporter by Staff Reporter
November 2, 2021
Reading Time: 1 min read
A A
0
৭টা কাৰণত কেৱল চিত হৈ শুব

logo new 2 1 1 4 1 3 | ASSAM TIMES POST

RELATED POSTS

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

স্বাস্থ্য প্ৰতিবেদনঃ

কাটি হৈ, উবুৰি হৈ— বিভিন্ন ধৰণে বহুতে শুই ভালপায়। কোনোবাই যে সমগ্ৰ নিশা একেদৰেই শুৱে তেনেও নহয়। কিন্তু ইয়াৰ ভিতৰত সকলোতকৈ ভাল চিত হৈ শোৱাটো। এনেদৰে শুলে বহু সমস্যা কমে। শেহতীয়া গৱেষণাত এই কথা প্ৰকাশ।

কেলিফোর্নিয়া বিশ্ববিদ্যালয়ৰ সাম্প্রতিক এক গৱেষণাই কৈছে যে চিত হৈ শোৱাৰ অভ্যাস সকলোতকৈ ভাল। ইয়াৰ সাতটা কাৰণ আছে।
১। গৱেষণাই কৈছে, চিত হৈ শুলে কান্ধ, পিঠি আৰু মেৰুদণ্ডৰ আৰাম হয়। সকলোতকৈ বেছি বিশ্রাম হয় এনেদৰে শুলেই।

২। চিত হৈ শুলে শ্বাস-প্রশ্বাসৰ উন্নতি হয়। হাওঁফাওঁ ভর্তি কৰি সহজতেই নিশ্বাস ল’ব পৰা যায়। ইয়াৰ ফলত হাওঁফাওঁৰ সক্ষমতা যেনেদৰে বাঢ়ে, তেনেদৰেই বাঢ়ে শৰীৰত অক্সিজেনৰ মাত্রা। ফলত ৰোগ প্রতিৰোধ ক্ষমতাৰ পৰা আৰম্ভ কৰি মানসিক স্বাস্থ্যৰ উন্নতি হয়।

৩। মুখত বয়সৰ চাপ পৰা, ছাল শোঁতোৰা পৰাৰ অন্যতম কাৰণ কাটি হৈ শোৱাটো। চিত হৈ শুলে এই সমস্যা বহুখিনি কমে।

৪। ছাইনাছৰ সমস্যা থাকিলে সেইটোও কমি থাকে চিৎ হৈ শুলে। নাক বন্ধ হোৱাৰ সমস্যাও ইয়াৰ ফলত কিছু কমি যায়।

৫। কাটি হৈ শুলে মূৰৰ বিষৰ সমস্যা নকমিবও পাৰে। কিন্তু চিত হৈ শুলে এই সমস্যা সোনকালে নোহোৱা হৈ যায়।

৬। চিত হৈ শুলে সূর্যৰ প্রথম পোহৰৰ আভাস পোৱা যায়। ৰ’দ উঠিলে নিজে নিজেই টোপনি ভাঙে। ই টোপনিৰ পৰা উঠাৰ সময়টো আগুৱাই আনে। তাৰ ফলত সোনকালে টোপনি যোৱাৰ অভ্যাসো সৃষ্টি হয়। ইয়াৰ ফলত গেষ্ট্ৰিকজাতীয় সমস্যা কমে।

৭। কোনো এটা ফালে কাটি হৈ শুলে মুখৰ সেইটো ফালে ৰক্ত জমা হৈ থাকে। ফলত মুখ ফুলা ফুলা যেন দেখা হয়। চিত হৈ শুলে এই সমস্যা নহয়। বৰং মুখ সতেজ লাগে।

Share4Tweet3Send

Related Posts

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

by News Desk
August 7, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
ADVERTISEMENT
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx