ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শিৱসাগৰত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ স্বচ্ছতা অভিযান, প্লাষ্টিকৰ ব্যৱহাৰৰ বিৰুদ্ধে ৰাইজক সজাগ হ’বলৈ আহ্বান

ASSAM TIMES POST by ASSAM TIMES POST
September 28, 2019
Reading Time: 1 min read
A A
0
শিৱসাগৰত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ স্বচ্ছতা অভিযান, প্লাষ্টিকৰ ব্যৱহাৰৰ বিৰুদ্ধে ৰাইজক সজাগ হ’বলৈ আহ্বান

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

আছিফ আলি, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া আৰু আৰক্ষী অধীক্ষক অমিতাভ সিনহাই আজি শিৱসাগৰ নগৰৰ দ’লমুখ চাৰিআলিৰ পৰা আৰম্ভ হোৱা এক স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে।

c5bde477 6d78 43ae a01b d7e088073b47 | ASSAM TIMES POST
ফটোঃ আছিফ আলি

অভিযানত অংশগ্ৰহণ কৰি উপযুক্ত গৰাকীয়ে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু ডাষ্টবিন ব্যৱহাৰ কৰাৰ বাবে স্থানীয় ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰে। চাফাই কৰ্মত নিয়োজিত কৰ্মচাৰী সকল আৰু তেওঁলোকৰ শ্ৰমৰ প্ৰতি সন্মান জনাবলৈও অনুৰোধ জনায়।

6164d940 5939 4fba 8e57 342a871aafa2 | ASSAM TIMES POST
ফটোঃ আছিফ আলি

পূজাৰ পেণ্ডেল সমূহতো ডাষ্টবিন ৰখাটো বাধ্যতামূলক বুলি উল্লেখ কৰি স্থানীয় পূজা সমিতিৰ বিষয়-ববীয়া সকলক পেণ্ডেল সমূহ স্বচ্ছ আৰু নিকা কৰি ৰাখিবলৈ তেওঁ আহ্বান জনোৱাৰ লগতে স্বচ্ছতাৰ দিশত গ্ৰহণ কৰা উৎকৃষ্ট পদক্ষেপৰ বাবে প্ৰশাসনে পুৰস্কাৰ প্ৰদানৰ ব্যৱস্থা কৰিছে বুলিও সদৰি কৰে।

acc53626 db5b 4899 9615 9c9951a4ed2b | ASSAM TIMES POST
ফটোঃ আছিফ আলি

তদুপৰি তেওঁ সমগ্ৰ দেশ আৰু ৰাজ্যৰ লগতে জিলাখনত যোৱা ১ ছেপ্টেম্বৰৰ পৰা চলি থকা মাহজোৰা “ৰাষ্ট্ৰীয় পোষণ মাহ” -ৰ বিভিন্ন কাৰ্যসূচী সম্পৰ্কে উল্লেখ কৰি পুষ্টিহীনতা নিৰ্মূলৰ হকে ৰাইজক শিশু, কিশোৰী আৰু গৰ্ভৱতী মহিলাক পুষ্টিকৰ আহাৰ যোগান ধৰাৰ বিষয়ে সজাগ হ’বলৈ আহ্বান জনায়।

6d68ab64 bcc4 4b3d 859a 2d34bd95e730 | ASSAM TIMES POST
ফটোঃ আছিফ আলি

জিলাখনৰ আৰক্ষী বিভাগে আয়োজন কৰা এই স্বচ্ছতা অভিযান কালত আৰক্ষী অধীক্ষকে সকলোকে স্বচ্ছতাক অভ্যাসত ৰূপান্তৰ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে প্লাষ্টিকৰ ব্যৱহাৰৰ বিৰুদ্ধে সজাগ হ’বলৈ আহ্বান জনায়।

4f7cf726 9aaf 437f 80c6 d1274e77a5da | ASSAM TIMES POST

উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষী বিভাগৰ বিষয়া-জোৱান আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বলৰ জোৱান সকলে নগৰ খনৰ ব্যৱসায়িক প্ৰতিষ্ঠান, কেন্দ্ৰীয় বজাৰ, ৰাস্তাৰ দুয়োকাষ পৰিষ্কাৰ কৰে।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
ADVERTISEMENT
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
50
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি
National-International

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

June 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx