ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কংগ্ৰেছ অপ্ৰাসংগিক ! অহা ২০ বছৰলৈ ক্ষমতালৈ নাহে কংগ্ৰেছ-মন্ত্ৰী পিযুষ হাজৰিকা 

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
April 22, 2022
Reading Time: 1 min read
A A
0
কংগ্ৰেছ অপ্ৰাসংগিক ! অহা ২০ বছৰলৈ ক্ষমতালৈ নাহে কংগ্ৰেছ-মন্ত্ৰী পিযুষ হাজৰিকা 

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

অহা ২৮ এপ্ৰিলত কাৰবি আংলং ভ্ৰমণলৈ আহিবলগীয়া সভাস্থলী পৰিদৰ্শন কৰিবলৈ আহি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কংগ্ৰেছৰ বিৰুদ্ধে কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অসম চৰকাৰৰ অন্যতম কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকাই ৷

মন্ত্ৰী পিযুষ হাজৰিকা  মন্ত্ৰী গৰাকীয়ে ভৱিষ্যত বাণী দি কয়যে অনাগত ২০ বছৰলৈ অসমত কংগ্ৰেছ ক্ষমতালৈ নাহে ৷ নামনি অসমৰ কেইটামান নিৰ্দিষ্ট সমষ্টিৰ বাহিৰে খিলঞ্জীয়াৰ আধিপাত্য থকা অসমৰ অনান্য সমষ্টিত কংগ্ৰেছ জয়ী হব নোৱাৰে ৷ কংগ্ৰেছ লাহে লাহে অপ্ৰাসংগিক হৈ পৰিছে ৷ অসমৰ পৰা সমূলি নাইকিয়া হব কংগ্ৰেছ ৷

পিযুষ হাজৰিকামন্ত্ৰী গৰাকীয়ে তেওঁৰ মন্তব্যত কয়যে, অসমৰ ৰাইজক অসন্মান, মানুহক ঠগোৱা ,তুষ্টিকৰণৰ বাবে অসমক ভালপোৱা মানুহে কংগ্ৰেছক ভোট নিদিয়ে ৷ কংগ্ৰেছৰ ঠাইত বেলেগ দলে য্থান লব ৷

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত বিজেপি মিত্ৰজোঁট জয়ী হব বুলি কৈ যিবোৰ ৱাড বিজেপিৰ বেয়া ফলাফল আছিল সেইবোৰত বিজেপিয়ে এইবাৰ ভাল ফলাফল প্ৰদৰ্শন কৰিব বুলি মন্ব্য কৰে মন্ত্ৰী পিযুষ হাজৰিকাই ৷

Tags: Pijush Hazarikaমন্ত্ৰী পিযুষ হাজৰিকা
Share4Tweet3Send

Related Posts

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
Drugs seized : কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, দুই মহিলা সৰবৰাহকাৰীক আটক
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, দুই মহিলা সৰবৰাহকাৰীক আটক

by News Desk
April 1, 2026
50
ADVERTISEMENT
‎বিৰিয়ানীৰ পিছত তৰমুজ খাই এটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যু
National-International

‎বিৰিয়ানীৰ পিছত তৰমুজ খাই এটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যু

April 27, 2026
50
‎বাংলাদেশত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিনেশ ত্ৰিবেদী ‎
National-International

‎বাংলাদেশত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিনেশ ত্ৰিবেদী ‎

April 27, 2026
50
Donald Trump attack case I গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই, ট্ৰাম্পৰ ওপৰত আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Donald Trump attack case I গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই, ট্ৰাম্পৰ ওপৰত আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ

April 27, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I লোকপিয়লত নাগৰিকে প্ৰদান কৰা তথ্য গোপনীয় হৈ থাকিব, মন কি বাতত মোদীৰ আশ্বাস

April 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎বিৰিয়ানীৰ পিছত তৰমুজ খাই এটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যু

‎বিৰিয়ানীৰ পিছত তৰমুজ খাই এটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যু

April 27, 2026
‎বাংলাদেশত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিনেশ ত্ৰিবেদী ‎

‎বাংলাদেশত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিনেশ ত্ৰিবেদী ‎

April 27, 2026
Donald Trump attack case I গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই, ট্ৰাম্পৰ ওপৰত আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ

Donald Trump attack case I গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই, ট্ৰাম্পৰ ওপৰত আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ

April 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx