![]()
নগাঁও চহৰৰ পলিটেকনিকৰ সমীপত এটি ছয়বছৰীয়া শিশুক অপহৰণৰ চেষ্টা। মাতৃয়ে দোকানৰ পৰা পানী বটল কিনিবলৈ যাওঁতেই শিশুটিক লৈ যোৱাৰ বাবে আহিছিল অপহৰণকাৰী।
কিন্তু অসফল হ’ল অপহৰণকাৰী সকল। বঢ়মপুৰস্থিত প্ৰাচুৰ্য্য বৰাই সাহসিকতাৰে নিজক ৰক্ষা কৰে আৰু ইয়াৰ পৰৱৰ্তী সময়ত টমটম চালক ৰূপী অপহৰণকাৰী আটক কৰে আৰক্ষীয়ে।
টমটমত জোৰকৈ টানি অপহৰণকাৰীক লৈ যোৱাৰ চেষ্টা কৰোতেই শিশুটিয়ে জপিয়াই নিজক ৰক্ষা কৰে। পিছত স্থানীয় লোকে শিশুটিক উদ্ধাৰ কৰি মাতৃক গটাই দিয়ে।













