![]()
নগাঁও গোমোঠা গাঁৱত এখন হোণ্ডাই গ্ৰেণ্ড আই টেন গাড়ী আৰু এখন বুলেটৰ মাজত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত পুৰণিগুদামৰ নলবৰা গাঁৱৰ নিবাসী যতীন বৰাক ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও আৰোহী জনৰ মৃত্যু হয়।
গাড়ী খনৰ নম্বৰ হৈছে AS02R7393 আৰু বুলেটখনৰ নম্বৰ হৈছে AS01BZ4585।













