ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ৰাষ্ট্ৰপতি নিৰ্বাচনত একত্ৰিতভাৱে দিব প্ৰাৰ্থী, মমতাৰ আহ্বানত ১৭ বিৰোধী দলৰ সিদ্ধান্ত

নিউজ ডেস্কঃ

News Desk by News Desk
June 15, 2022
Reading Time: 1 min read
A A
0
ৰাষ্ট্ৰপতি নিৰ্বাচনত একত্ৰিতভাৱে দিব প্ৰাৰ্থী, মমতাৰ আহ্বানত ১৭ বিৰোধী দলৰ সিদ্ধান্ত

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

ৰাষ্ট্রপতি নির্বাচনত ‘সর্বসন্মতভাবে’ এজন প্রার্থী থিয় কৰাব বিৰোধীয়ে। বুধবাৰে দিল্লীত মমতা বেনাৰ্জীৰ আহ্বানত কনষ্টিটিউচন হলত অনুষ্ঠিত বিৰোধী দলসমূহৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বিৰোধীৰ বৈঠকৰ শেষত মমতাই কয়, ‘‘আজিৰ বৈঠকত বহুকেইটা দলে যোগ দিছে। আমি সিদ্ধান্ত লৈছো, সর্বসন্মতভাবে এজনক প্রার্থী হিচাবে নিৰ্বাচন কৰা হ’ব।সকলোৱে তেওঁক সমর্থন জনাব। আমি বাকীসকলৰ সৈতেও কথা পাতিম। পুনৰ একেলগে আলোচনাত বহিম।’’

ৰাষ্ট্ৰপতি নিৰ্বাচনত একত্ৰিতভাৱে দিব প্ৰাৰ্থী মমতাৰ আহ্বানত

বৈঠকত ৰাষ্ট্রপতি পদপ্রার্থী হিচাবে ‘সর্বসন্মতিক্ৰমে’ এনচিপি নেতা শাৰদ পাৱাৰৰ নাম প্রস্তাব কৰা হয় বুলি সংবাদ মেলত মমতাই জনায়। এই প্রসঙ্গত বংগৰ মুখ্যমন্ত্রীগৰাকীয়ে কয়, ‘‘বৈঠকত সর্বসন্মতভাবে শাৰদ পাৱাৰৰ নাম প্রস্তাব কৰা হৈছে। তেওঁ বিচাৰিলে আমি সকলোৱে তেওঁকে সমর্থন জনাম।’’ পাৱাৰ ৰাজী নহ’লে ‘সর্বসন্মতভাবে’ অন্য এজনক প্রার্থী নিৰ্বাচন কৰা হ’ব বুলিও মমতাই জনায়।

উল্লেখ্য, ৰাষ্ট্রপতি পদপ্রার্থী হিচাবে বিৰোধী শিবিৰত শাৰদ পাৱাৰৰ নাম চৰ্চাৰ কেন্দ্রবিন্দুত আছিল। কিন্তু পাৱাৰে ইয়াক নাকচ কৰি তেওঁৰ ‘অনিচ্ছা’ৰ কথা স্পষ্ট কৰিছে। আনহাতে, ৰাষ্ট্রপতি নির্বাচনত সংখ্যা কি হয়, সেয়া জনাৰ পিছতেই এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি এনসচিপিয়ে জনাইছিল।

লগতে গান্ধীৰ নাতিনি গোপালকৃষ্ণ গান্ধীৰ নামো চর্চালৈ আহিছে। বিৰোধী শিবিৰৰ একাংশৰ সৈতে আলোচনাত বংগৰ প্রাক্তন ৰাজ্যপালগৰাকীয়ে ‘ইতিবাচক সন্মতি’ দিয়া বুলিও খবৰ।বুধবাৰে ২২টাৰ ভিতৰত ১৭টা বিজেপি বিৰোধী দলে বৈঠকত অংশগ্ৰহণ কৰে। আপ, টিআৰএছসহ পাঁচটা দল বৈঠকত উপস্থিত নাছিল।

Tags: president electionৰাষ্ট্ৰপতি নিৰ্বাচন
Share4Tweet3Send

Related Posts

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

by News Desk
July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

by News Desk
July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

by News Desk
July 31, 2026
50
Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল

“Congress Shake-Up: Priyanka Gandhi Removes Uttar Pradesh In-Charge Ahead of 2024 Lok Sabha Elections”
National-International

Priyanka Gandhi । আই আই টি মাদ্ৰাজৰ সঞ্চালকক ‘গো-মূত্ৰ বিশেষজ্ঞ’ বুলি আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ, ২ শতাধিক শিক্ষাবিদৰ গৰিহণা

by Staff Reporter
July 31, 2026
50
National-International

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT