ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্ব-গুনোৎসৱ, গুনোৎসৱ আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত মাজুলীৰ ‘চিলাকলা-২ মণ্ডল সমল কেন্দ্ৰ’ৰ শৈক্ষিক সভা

ASSAM TIMES POST by ASSAM TIMES POST
October 26, 2019
Reading Time: 1 min read
A A
0
স্ব-গুনোৎসৱ, গুনোৎসৱ আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত মাজুলীৰ ‘চিলাকলা-২ মণ্ডল সমল কেন্দ্ৰ’ৰ শৈক্ষিক সভা

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

গুৱাহাটীঃ সর্বশিক্ষা অভিযান, মাজুলীৰ উদ্যোগত আজি ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ত দিনৰ ১১ঃ০০ বজাত চিলাকলা-২ মণ্ডল সমল কেন্দ্ৰৰ শৈক্ষিক সভাখন অনুষ্ঠিত হয়। চিলাকলা-২ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ৰূপজ্যোতি শইকীয়াই আত ধৰা সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে মাজুলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নৰনাথ গোহাঁই আৰু নামনি মাজুলীৰ চক্ৰৰ উপ-পৰিদৰ্শক কেশৱ দেউৰী। আজিৰ শৈক্ষিক সভাখনত আদৰ্শ পাঠদান আগবঢ়ায় পহুমৰা কৈৱত্য প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জ্যোতি মনি শইকীয়াই।

WhatsApp Image 2019 10 26 at 4.03.18 AM | ASSAM TIMES POST

ইয়াৰ পাছতেই স্ব-গুনোৎসৱ,গুনোৎসৱ, Learning Outcome, OER, Eco-club, শিক্ষকৰ email-id, NISHTHA ৰ আগন্তুক প্ৰশিক্ষণ, শিক্ষা দানৰ বিভিন্ন কৌশল, শিক্ষাদানৰ সমস্যা , ঠিকাভিত্তিক শিক্ষকৰ তথ্য-পাতি পৰীক্ষন আদি বিভিন্ন বিষয়ত বিতংকৈ আলোচনা কৰা হয়। উপস্থিত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নৰনাথ গোহাঁয়ে স্ব-গুনোৎসৱৰ ওপৰত আৰু উপ-পৰিদৰ্শক কেশৱ দেউৰীয়ে OER, শিক্ষাদানৰ বিভিন্ন কৌশলৰ ওপৰত ব্যাখ্যা আগবঢ়ায়।  পৰবৰ্তী সময়ত শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মাজত বিভিন্ন শৈক্ষিক দিশৰ ওপৰত আলোচনা কৰা হয়। 

আজিৰ এই শৈক্ষিক সভাখনত চিলাকলা-২ মণ্ডল সমল কেন্দ্ৰৰ ১৩ খন প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় ৩৭ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিছে বুলি মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ৰূপজ্যোতি শইকীয়াই জনাইছে।  উল্লেখযোগ্য যে, ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান  জিতুল বৰাই সভাৰ শেষত ধন্যবাদসূচক বক্তব্য ৰাখে।

তেখেতে  আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা মাজুলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নৰনাথ গোহাঁই আৰু নামনি মাজুলীৰ চক্ৰৰ উপ-পৰিদৰ্শক কেশৱ দেউৰীক বিশেষভাবে ধন্যবাদ জনায় আৰু পৰবৰ্তী সভা-সমিতিত বিষয়াদ্বয়ৰ উপস্থিতি তথা সহযোগিতা কামনা কৰে।  উক্ত বিদ্যালয়ৰ সহ:শিক্ষয়িত্ৰী জোনমনি দেৱী ভাগৱতীয়ে আজিৰ শৈক্ষিক সভাখন সুচাৰুৰূপে আয়োজন কৰাত মণ্ডল সমল কেন্দ্ৰ সমন্বয়কক বিশেষভাৱে সহযোগিতা আগবঢ়াইছে।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
ADVERTISEMENT
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
India US relations : ভাৰতৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ সম্ভাৱনা, উত্থাপন হ’ব নতুন বিধেয়ক
National-International

India US relations : ভাৰতৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ সম্ভাৱনা, উত্থাপন হ’ব নতুন বিধেয়ক

July 15, 2026
50
FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে
National-International

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
India US relations : ভাৰতৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ সম্ভাৱনা, উত্থাপন হ’ব নতুন বিধেয়ক

India US relations : ভাৰতৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ সম্ভাৱনা, উত্থাপন হ’ব নতুন বিধেয়ক

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx