![]()
আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি পুৱাই গুৱাহাটী মুখ্যমন্ত্ৰী প্ৰভাত ফেৰী।গুৱাহাটী বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই প্ৰভাত ফেৰীত।উল্লেখ্য যে দেশৰ ৭৫বছৰীয়া স্বাধীনতা দিৱসৰ উপলক্ষে দেশজুৰী উদযাপন আজাদী কা অমৃত মহোৎসৱ।
ইফালে মুখ্যমন্ত্ৰীয়ে পুৱা গুৱাহাটী ক্লাব, দীঘলীপুখুৰীত ছাত্ৰ-ছাত্ৰীয়ে প্ৰভাত ফেৰীত অংশলয়।মুখ্যমন্ত্ৰী লগতে মন্ত্ৰী ৰনোজ পেগু উপৰিও প্ৰশাসন শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।













