![]()
মঙলবাৰৰ পৰা মেৰামতিৰ বাবে বন্ধ হʼব কলীয়াভোমোৰা দলং। লগতে কোনো আনুষ্ঠানিকতা অবিহনে কলীয়াভোমোৰা মুকলি কৰা হʼব কলীয়াভোমোৰাৰ নতুন দলংখন।
আনহাতে, যেতিয়া পুৰণি দলংখনৰ মেৰামতিৰ কাম শেষ হ’ব তেতিয়া নতুন দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰা হʼব। আজি শোণিতপুৰ জিলা প্ৰশাসনে এই কথা জানিবলৈ দিয়ে।













