ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আজমল ফাউণ্ডেচনৰ উদ্যোগত হোজাইস্থিত নাজীৰ আজমল কলেজ অব এডুকেছনত এক সম্বৰ্ধনা সভা অনুষ্ঠান

ASSAM TIMES POST by ASSAM TIMES POST
November 11, 2019
Reading Time: 1 min read
A A
0
আজমল ফাউণ্ডেচনৰ উদ্যোগত হোজাইস্থিত নাজীৰ আজমল কলেজ অব এডুকেছনত এক সম্বৰ্ধনা সভা অনুষ্ঠান

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

সমাজৰ শৈক্ষিক তথা সামাজিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙনিৰ বাবে আজি মুঠ পাঁচগৰাকী ব্যক্তিক বিশিষ্ট সেৱাৰ

         বাবে সন্মান আগবঢ়োৱা হয়৷গামোচা,চেলেং চাদৰ,জাপি,সম্বৰ্ধনা পত্ৰ আৰু নগদ ২৫ হাজাৰ টকা আগবঢ়োৱা হয় প্ৰতিগৰাকী সম্বৰ্দ্ধিত ব্যক্তিলৈ

হোজাই : ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ লগত সংগতি ৰাখি আজি ৰাজ্যখনৰ এক স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেচনৰ উদ্যোগত হোজাইস্থিত নাজীৰ আজমল কলেজ অব এডুকেছনত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়৷উল্লেখ্য যে আজমল ফাউণ্ডেচনে প্ৰতি বছৰে দেশৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্ম দিৱসৰ দিনা ৰাজ্যখনৰ যিকোনো পাঁচগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাই আহিছে৷

WhatsApp Image 2019 11 11 at 6.47.13 PM e1573480987358 | ASSAM TIMES POST

সমাজৰ শৈক্ষিক তথা সামাজিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙনিৰ বাবে আজি মুঠ পাঁচগৰাকী ব্যক্তিক বিশিষ্ট সেৱাৰ বাবে সন্মান আগবঢ়োৱা হয়৷গামোচা,চেলেং চাদৰ,জাপি,সম্বৰ্ধনা পত্ৰ আৰু নগদ ২৫ হাজাৰ টকা আগবঢ়োৱা হয় প্ৰতিগৰাকী সম্বৰ্দ্ধিত ব্যক্তিলৈ৷

WhatsApp Image 2019 11 11 at 6.47.15 PM e1573481254263 | ASSAM TIMES POST

হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যজ্ঞোৰাম গগৈ,ফৰমাৰপাৰ হাইস্কুলৰ অবসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাজিমুদ্দিন ,মণিপুৰী এম ভি স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কলাৱতী দেৱী ,যমুনামুখ যামিনী দেৱী স্কুলৰ শিক্ষক অৰুণ বৰা আৰু বৰজান পি স্কুলৰ মণিৰাম ভূমিজক আজি আজমল ফাউণ্ডেচনৰ তৰফৰপৰা সম্বৰ্দ্ধনা আগবঢ়োৱা হয় ৷অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ প্ৰবন্ধক এম আৰ এইছ আজাদ ,মহা প্ৰবন্ধক কৰ্ণেল কেজৰিৱালকে ধৰি অন্যান্য সদস্যসকল আৰু শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰছাত্ৰীসকল উপস্থিত থাকে৷

Tags: Featured
Share4Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
ADVERTISEMENT
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

July 16, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

July 16, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য

July 16, 2026
50
মাজ আকাশতেই বন্ধ হ’ল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিন! বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা
National-International

Air India I সম্পূৰ্ণ হোৱাৰ পথত এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাৰ তদন্ত, কেতিয়া ওলাব চূড়ান্ত প্ৰতিবেদন?

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

July 16, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

July 16, 2026
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx