ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

তেজপুৰত উপস্থিত সৰ্ব ভাৰতীয় মহিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক ড° লাৰী আজাদঃ উনবিংশতিতম তেজপুৰ মহাঅধিবেশনৰ প্ৰস্তুতি তুংগত

ASSAM TIMES POST by ASSAM TIMES POST
November 12, 2019
Reading Time: 1 min read
A A
0

Screenshot 20191112 092709 WhatsApp | ASSAM TIMES POST
তেজপুৰৰ পৰা অজন্তা তালুকদাৰঃ ক্ষিপ্ৰ গতিত চলি আছে অনাগত ২২, ২৩ আৰু ২৪ নৱেম্বৰত অসমৰ সাংস্কৃতিক ৰাজধানী তেজপুৰৰ পেষ্ট্ৰলাৰ কেন্দ্ৰ ক্ষেত্ৰত অনুষ্ঠিত হ’ব লগীয়া সৰ্ব ভাৰতীয় মহিলা কবি সন্মিলন (All India Poetess Conference)ৰ উনবিংশতিতম মহাঅধিবেশনৰ প্ৰস্তুতি।

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

Screenshot 20191112 092711 WhatsApp | ASSAM TIMES POST

যোৱা ৮ নৱেম্বৰত তেজপুৰৰ ঐতিহ্যমণ্ডিত তৰুণ অসম সংঘত এই উদ্দেশ্যে অনুষ্ঠিত হৈ যায় সৰ্ব ভাৰতীয় মহিলা কবি সন্মিলনৰ উনবিংশতিতম মহাঅধিবেশনৰ আদৰণি সমিতিৰ এখনি সম্বৰ্দ্ধনা আৰু সাংবাদিক সভা। অনুষ্ঠানত অসমৰ সদস্যা সকলক উৎসাহিত কৰিবলৈ সুদূৰ উত্তৰ প্ৰদেশৰ পৰা আহি উপস্থিত হোৱা সন্মিলনৰ প্ৰতিষ্ঠাপক অধ্যাপক ড° লাৰী আজাদক অসমৰ বিভিন্ন ঠাইৰ পৰা অহা সদস্যা সকলে আদৰণি আৰু সম্বৰ্দ্ধনা জনায়। উল্লেখ্য যে ২০০০ বৰ্ষত উত্তৰ প্ৰদেশৰ খোৰ্জা চহৰত এই অক্লান্ত সংগঠক গৰাকীয়ে ভাৰতৰ বিদুষী আৰু সৃজনশীল মহিলা কবিক একেখনি আকাশৰ তলত গোট খুৱাবলৈ কৰা প্ৰচেষ্টাই ইতিমধ্যে ভাৰতৰ ২৯ খন ৰাজ্য আৰু মালয়চিয়া, হংকং, চীন, ইংলেণ্ড, ফ্ৰান্স, চুইজাৰলেণ্ড, অষ্ট্ৰেলিয়া, বেলজিয়ামকে আদি কৰি বিশ্বৰ বিভিন্ন দেশৰ মুঠ আঁঠ হাজাৰৰো অধিক মহিলা কবিক AIPC পৰিয়ালত একত্ৰিত কৰি ল’বলৈ সক্ষম হৈছে।

Screenshot 20191112 092716 WhatsApp | ASSAM TIMES POST

অনুষ্ঠানৰ আৰম্ভণিতে অনাগত ২২, ২৩ আৰু ২৪ নৱেম্বৰত তেজপুৰত অনুষ্ঠিত হ’ব লগীয়া সৰ্ব ভাৰতীয় মহিলা কবি সন্মিলনৰ উনবিংশতিতম মহাঅধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে অৱগত কৰায় অনুষ্ঠানটিৰ আহ্বায়িকা মনোমতী কুৰ্মীয়ে। সভাৰ সভাপতিত্ব কৰে আদৰণি সমিতিৰ সভাপতি ড° চাৰু চহৰীয়া নাথে। সভাত ড° লাৰী আজাদে এটি সাৰগৰ্ভ ভাষনেৰে মহিলা কবি সকলক আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগোৱাৰ লগতে উপস্থিত সকলোকে আহ্লাদিত কৰে। অনুষ্ঠানটিৰ অসম সংযোজক সুৰজিতা গগৈ আৰু স্মৃতিগ্ৰন্থৰ সম্পাদিকা স্নিগ্ধাৰাণী গগৈ, সদস্যা বৰ্ণালী শৰ্মা বৰুৱা, চিন্ময়ী গগৈ আদিয়ে সভাত বক্তব্য ৰাখে। সভাৰ আঁত ধৰে আদৰণি সমিতিৰ সম্পাদিকা মীনাক্ষী দেৱীয়ে।

অনুষ্ঠানটিৰ অসমৰ সদস্যা সকলে পৰিবেশন কৰা এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা উক্ত সভাত জ্যোতি সংগীত আৰু ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে শিল্পীদ্বয় ক্ৰমে কল্পনা কলিতা আৰু মীনাক্ষী দেৱীয়ে। উক্ত সভাত শোনিতপুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি সঞ্জীৱ হাজৰিকাৰ লগতে নিউজ লাইভ, প্ৰাগ চেনেল, আচাম টাইমচ প’ষ্ট ডট কম ই পৰ্টেল, কাজিৰঙা লাইভ ই পৰ্টেল আদিৰ আৰু অসমৰ আগশাৰীৰ বাতৰি কাকত সমূহৰ তেজপুৰৰ সমূহ সাংবাদিকৰ লগতে কাজিৰঙা, বোকাখাতৰো সাংবাদিক উপস্থিত থাকি অধ্যাপক ড° লাৰী আজাদৰ সাক্ষাৎ গ্ৰহণ কৰে।

বিশিষ্ট লেখিকা মৃণালী চেতিয়া, সদস্যা তথা কবি সাংবাদিকদ্বয় ক্ৰমে পলিমা চেতিয়া বসুমতাৰী আৰু অজন্তা তালুকদাৰকে আদি কৰি অসমৰ বিভিন্ন স্থানৰ পৰা অহা ভালেসংখ্যক সদস্যা উপস্থিত থাকে। সামৰণি ভাষন আগবঢ়ায় সভাৰ সভাপতি ড° চাৰু চহৰীয়া নাথে আৰু মীনাক্ষী দেৱীয়ে প্ৰতিষ্ঠাপক ড° লাৰী আজাদকে প্ৰমুখ্য কৰি সাংবাদিক সকল তথা উপস্থিত সকলোটিলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়ায়।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
ADVERTISEMENT
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

July 16, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

July 16, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

July 16, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx