
লংকা বামুনগাওঁ চাৰিআলী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।বাইক আৰু তেলৰ টেংকাৰৰ মাজত মুখামুখী সংঘৰ্ষ।দুৰ্ঘটনাত থিতাতে নিহত লংকা ফাতেমা হোটেলৰ সত্বাধিকাৰী ৰহমতুল্লা খান।

দুৰ্ঘটনাত পতিত হোৱা বাইক খনৰ নাম্বাৰ AS-31-1753 আৰু টেংকাৰ খনৰ নাম্বাৰ TR-01-Y-1822দুৰ্ঘটনা সংঘটিক কৰা তেল টেংকাৰ খন পলায়ন কৰিব চেষ্টা কৰিছিল যদিও ৰাইজে টেংকাৰখন আটক কৰি গাতাই দিয়ে আৰক্ষীক।













