![]()
বিতৰ্কৰ আৱৰ্তত সোমাই পৰিল মঙ্গলদৈ অসামৰিক চিকিৎসালয়। নাৰ্ছৰ গাফিলতিৰ ফলত আই চি ইউত থকা নৱজাতকৰ গাত পৰিল গৰম তেল। ইয়াৰ ফলত শিশুটোৰ দেহ তথা মুখমণ্ডল তেলে পুৰি পেলাইছে।

খবৰ অনুসৰি, নাৰ্চ গৰাকীয়ে শিশুটিৰ ওপৰত থকা লাইটত নাৰিকল তেল গৰম কৰিছিল। এই সন্দৰ্ভত পৰিয়ালক নজনাবলৈ হেঁচা প্ৰয়োগ কৰিছিল নাৰ্চে।













