ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিলাইত মৰণাস্ত্ৰ সহ দুজন দূৰ্ধৰ্ষ ইউপিআৰএফ কেডাৰ আটক

ASSAM TIMES POST by ASSAM TIMES POST
November 15, 2019
Reading Time: 1 min read
A A
0
ডিলাইত মৰণাস্ত্ৰ সহ দুজন দূৰ্ধৰ্ষ ইউপিআৰএফ কেডাৰ আটক

logo atp 199x300 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

ডিফু : কাৰবি আংলং জিলাৰ ডিলাইত অস্ত্ৰ –শস্ত্ৰ সহ দুজন দুৰ্ধৰ্ষ ইউপিআৰএফ কেডাৰ আটক হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি কাৰবি আংলং জিলাৰ ডিলাই থানা এলেকাধীন নুমজান গাঁৱত অস্ত্ৰ – শস্ত্ৰ সহ দুজন দুৰ্ধৰ্ষ কেডাৰ ঘূৰি ফুৰাৰ খবৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ৰ পৰা লাভ কৰে ৷ এই খবৰৰ ভিত্তিতেই ডিলাই আৰু খটখটী আৰক্ষী লগতে ২০ বিএন চিআৰপি এফুৰ এটা অভিযানকাৰী দলে যৌথ অভিযান চলাই উক্ত এলেকাৰ পৰা ইউপিআৰএফৰ দুজন কেডাৰ ক্ৰমে, পাও হেগ্ৰা আৰু ছেজিন হাওকাপক অস্ত্ৰ – শস্ত্ৰ সহ আটক কৰিবলৈ সক্ষম হয় ৷ উগ্ৰপন্থী কেডাৰ দুজনৰ কৱলৰ পৰা অভিযানকাৰী দলটোৱে মেগজিন সহ 2 টা, ’22 পিষ্টল, 2 টা সজীৱ গুলী আৰু 5 টা 9 এমএম ‘ ৰ সজীৱ গুলী আৰু দুটা দেশীয় ভাবে নিৰ্মিত ৰাইফল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্যযে, জিলাখনত পিডিচিকে আৰু ডিএনএলএ উগ্ৰপন্থীৰ বিৰুদ্ধে জিলা আৰক্ষীয়ে সঘনাই অভিযান চলাই থকাৰৰ মূহুৰ্তত নতুনকৈ ইউপিআৰএফ কেডাৰ আটক হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ অধিক তথ্যৰ বাবে ধৃত কেডাৰ দুজনক জেৰা অব্যাহত ৰাখিছে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2026
50
Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক
KARBI ANGLONG

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

by News Desk
May 22, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
ADVERTISEMENT
Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন
National-International

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

May 24, 2026
50
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ
National-International

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

May 24, 2026
50
Russia attack on Ukraine : ইউক্ৰেইনৰ ওপৰত ৭০ ক্ষেপণাস্ত্ৰ, ৪৫০ ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ
National-International

‎ৰাছিয়াই কিয়েভত যুদ্ধৰ আটাইতকৈ ডাঙৰ আক্ৰমণ I অৰেচনিক ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনক আঘাত ‎

May 24, 2026
50
‎পাকিস্তানত ৰেল বিস্ফোৰণ, বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদীৰ আক্ৰমণ I কমেও ২৪জন নিহত
National-International

‎পাকিস্তানত ৰেল বিস্ফোৰণ, বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদীৰ আক্ৰমণ I কমেও ২৪জন নিহত

May 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

May 24, 2026
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

May 24, 2026
Russia attack on Ukraine : ইউক্ৰেইনৰ ওপৰত ৭০ ক্ষেপণাস্ত্ৰ, ৪৫০ ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ

‎ৰাছিয়াই কিয়েভত যুদ্ধৰ আটাইতকৈ ডাঙৰ আক্ৰমণ I অৰেচনিক ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনক আঘাত ‎

May 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx