![]()
বিহপুৰীয়া উপ কোষাগাৰৰ জগৎ চন্দ্ৰ নাথে ৩০০০ টকা উৎকোচ লৈ হ’ল ৰঙা ঘৰৰ আলহী।

অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক Anti corruption vigilance শাখাই কনিষ্ঠ গাণণিক সহায়ক গৰাকীয়ে এজন শিক্ষকৰ পৰা উৎকোচ লোৱা সময়তে গ্ৰেপ্তাৰ কৰে।এনপিএছৰ টকা মোকলোৱাৰ নামত গ্ৰহণ কৰিছিল এই টকা।













