![]()
বিশ্বনাথৰ সাধাৰুত আৰক্ষীৰ এনকাউণ্টাৰত Police encounter আহতপ্ৰাপ্ত গঁড় চিকাৰী আতাউৰ ৰহমান। বঙাইগাঁও জিলাৰ পৰা বিশ্বনাথলৈ আহি থকা সময়ত সাধাৰুৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনাটো সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা মতে, আতাউৰ ৰহমানে পলায়নৰ চেষ্টা কৰা সময়তে আতাউৰ ৰহমানক আৰক্ষীয়ে গুলি মাৰে আৰু অভিযুক্তই ভৰিত আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত আতাউৰক তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়।













