ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰ ৰূপে প্ৰতিষ্ঠাৰ লক্ষ্যৰে আগন্তুক বিধান সভাৰ অধিবেশনত আলোচনাঃ ড° দয়ানন্দ বৰগোহাঁই 

ASSAM TIMES POST by ASSAM TIMES POST
November 15, 2019
Reading Time: 1 min read
A A
0
চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰ ৰূপে প্ৰতিষ্ঠাৰ লক্ষ্যৰে আগন্তুক বিধান সভাৰ অধিবেশনত আলোচনাঃ ড° দয়ানন্দ বৰগোহাঁই 

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

logo atp | ASSAM TIMES POST ASSAM TIMES POST
গুৱাহাটী : চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে অন্তভূক্ত কৰাৰ চেষ্টা চলাব ৰাজ্য চৰকাৰে৷ আগন্তুক অসম বিধান সভাৰ শীতকালীন অধিবেশনত এই বিষয়টো আলোচনা কৰা হ’ব৷ এই সন্দৰ্ভত মন্তব্য  কৰিছে অসম চৰকাৰৰ কাৰ্যকৰী সভাৰ অধ্যক্ষ ড° দয়ানন্দ বৰগোঁহায়ে৷ উল্লেখ্য যে অলপতে চৰাইদেউ মৈদামৰ জৰীপ কাৰ্য পৰ্যবেক্ষনৰ বাবে আহিছিল অধ্যক্ষগৰাকী৷ অসম চৰকাৰৰ সাধাৰণ সভাৰ অধ্যক্ষ হিচাপে চৰাইদেউ মৈদামসমূহ বিশ্ব ঐতিহ্যত অৰ্ন্তভুক্ত কৰিবলৈ চৰাইদেউ মৈদাম তথা আহোমৰ প্ৰথম ৰাজধানী স্থাপন কৰিবলৈ আগ্ৰহী বুলি বক্তব্য কৰে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বলিষ্ঠ পদক্ষেপৰ ফলস্বৰূপে মৈদাম অঞ্চলসমূহত জৰীপ কাৰ্য সম্ভৱ হৈছে বুলি ড° দয়ানন্দ বৰগোঁহায়ে ব্যক্ত কৰে৷ আনহাতে জৰীপ কাৰ্য পৰ্যবেক্ষণ কৰি ড° দয়ানন্দ গোঁহায়ে জিলা প্ৰশাসনক জৰীপ চলোৱা ঠাইবোৰত লোহা বা পকীখুঁটা স্থাপনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে ৷ লগতে ড° দয়ানন্দ বৰগোঁহায়ে জৰীপ কাৰ্য চলোৱাৰ সময়ত স্থানীয় ৰাইজক ভীতিগ্ৰস্ত নহ’বলৈ অনুৰোধ জনায় ৷ এই জৰীপ উচ্ছেদৰ বাবে নহয় বুলি ড° দয়ানন্দ বৰগোঁহায়ে উল্লেখ কৰে৷ লগতে ঐতিহাসিক সমলসমূহ ৰক্ষনাবেশন তথা এখন পূৰ্ণাংগ মেপ তৈয়াৰ কৰিবলৈহে জৰীপ কৰা বুলি ড° দয়ানন্দ বৰগোহাঞিয়ে মত প্ৰকাশ কৰে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
ADVERTISEMENT
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx