ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱত শিৱ মন্দিৰ উচ্চেদক লৈ উত্তপ্ত পৰিস্হিতি ক্ষুব্ধ ৰাইজৰ পথ অৱৰোধ

ASSAM TIMES POST by ASSAM TIMES POST
November 19, 2019
Reading Time: 1 min read
A A
0
নগাঁৱত শিৱ মন্দিৰ উচ্চেদক লৈ উত্তপ্ত পৰিস্হিতি  ক্ষুব্ধ ৰাইজৰ পথ অৱৰোধ

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

নগাঁও : নগাঁও চহৰৰ হয়বৰগাঁৱত ঘাইপথৰ কাষত থকা এটা শিৱমন্দিৰ নিশা গোপনে উচ্চেদ কৰাক লৈ আজি নগাঁও চহৰৰ হয়বৰগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । নিশা মনে মনে পথ নিৰ্মান কৰা ঠিকাদাৰে জে চি বি লগাই পকী শিৱমন্দিৰটো ভাঙি চুৰমাৰ কৰাত পুৱাৰে পৰা হয়বৰগাঁৱত উত্তেজনাৰ সৃষ্টি হয় । মন্দিৰটোৰ পকী বেৰা , লোহাৰ গ্ৰীল আদি ভাঙি পেলোৱাৰ লগতে উচ্চেদকাৰীয়ে শিৱলিংগ , দান পাত্ৰ আদি লৈ যায় ।

WhatsApp Image 2019 11 19 at 6.23.19 PM | ASSAM TIMES POST

পথ নিৰ্মান কৰা ঠিকাদাৰ উত্তমচান্দ নাহতাই মন্দিৰ সমিতিৰ লগত যোগাযোগ নকৰাকৈ নিশা মন্দিৰটো গোপনে উচ্চেদ কৰি ধৰ্মীয় অনুভূতিত আঘাট কৰা বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰে। আনহাতে আজি পুৱা ১০.৩০ বজাত একাংশ ক্ষুব্ধ লোকে হয়বৰগাঁৱত পুৰণা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি নগাঁও চহৰত অচলাৱস্হা সৃষ্টি কৰে ।

WhatsApp Image 2019 11 19 at 6.23.22 PM 1 | ASSAM TIMES POST

ফলত শ শ গাড়ী ৰাজপথত ৰৈ থাকিবলগীয়া হোৱাত ব্যাপক যানজঁট সৃষ্টি হয় ।পথ অৱৰোধকাৰী সকলে অভিযোগ কৰা মতে , ঠিকাদাৰে মন্দিৰ সমিতিক অৱগত নকৰাকৈ মনে মনে নিশা মন্দিৰটো ভাঙি শিৱলিংগৰ লগতে মন্দিৰৰ ভিতৰত থকা ঘন্টা , দানপাত্ৰ , ৪০ টা সোণৰ বেলপাত , ২৪ টা ৰূপৰ বেলপাত আৰু অন্যান্য সামগ্ৰী লৈ যায় । অৱৰোধকাৰী সকলক বুজাবলৈ জিলা প্ৰশাসনৰ বিষয়া অক্ষম হয় যদিও পিছত বিধায়ক ৰূপক শৰ্মাৰ হস্তক্ষেপত পৰিস্হিতি শান্ত হয় । ইপিনে গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ত জমা ৰখা শিৱলিংগটো মন্দিৰ কমিটিক ঘূৰাই দিয়াৰ ব্যৱস্হা কৰে বিধায়ক শৰ্মাই। উল্লেখ্য, হয়বৰগাঁৱত ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত গড়কাপ্তানী বিভাগৰ মাটিত ১৯৯৬ চনত ‘ পঞ্চদুৱাৰ ‘ নামৰ শিৱমন্দিৰটো স্হাপন কৰা হৈছিল ।পৰৱৰ্তী সময়ত ভক্তৰ দান বৰঙনিৰে মন্দিৰটো সুন্দৰকৈ সজোৱা হয় । বৰ্তমান পথ বহলীকৰণৰ বাবে মন্দিৰটো উচ্চেদৰ জাননী দিয়া হয় । প্ৰশাসনৰ সুত্ৰত প্ৰকাশ পোৱা মতে কেইবাবাৰো জাননী দিয়াৰ পিছতো মন্দিৰটো উঠাই নিয়াৰ বাবে পৰিচালনা সমিতিয়ে ব্যৱস্হা গ্ৰহণ কৰা নাছিল ।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
ADVERTISEMENT
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx