ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ সংগীত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ কন্ঠশিল্পীৰ খিতাপ নিষ্ঠাজিতা কলিতা আৰু হৃষিকা বৰাৰ:

জিতেন বৰকটকী:নগাঁও

ASSAM TIMES POST by ASSAM TIMES POST
January 19, 2023
Reading Time: 1 min read
A A
0
সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ সংগীত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ কন্ঠশিল্পীৰ খিতাপ নিষ্ঠাজিতা কলিতা আৰু হৃষিকা বৰাৰ:

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নেহৰুবালিত যোৱা ১৪ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ কাৰ্যসূচীৰ অংশ হিচাপে জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, খগেন মহন্তৰ গীত আৰু আধুনিক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ভোগালী
নগাঁও ভোগালী বিহু উৎসৱৰ সংগীত প্ৰতিযোগিতা:

উল্লেখিত সমূহ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠত্ব লাভ কৰা ‘ক’ আৰু ‘খ’ শাখাৰ পৰা দুগৰাকী প্ৰতিযোগীক শ্ৰেষ্ঠ কন্ঠশিল্পী হিচাপে নিৰ্বাচিত কৰা হয়।কন্ঠশিল্পী দুগৰাকী হৈছে- ‘ক’ শাখাৰ নিষ্ঠাজিতা কলিতা আৰু ‘খ’ শাখাৰ হৃষিকা বৰা। সামাজিক সাংস্কৃতিক অনুষ্ঠান গান্ধাৰৰ তৰফৰ পৰা শিল্পী দুগৰাকীলৈ বঁটা-সন্মান আগবঢ়োৱা হয়।

গান্ধাৰৰ প্ৰয়াত সভাপতি সুৰৰত্ন যজ্ঞ বেজবৰুৱা,সংগীতজ্যোতি অজিত দত্ত , মুক্তিযোদ্ধা মুখেশ্বৰ মজুমদাৰ আৰু বিমল শইকীয়াৰ সোঁৱৰণত এই বঁটাসমূহ আগবঢ়াই তেওঁলোকৰ পৰিয়ালবৰ্গই। বঁটা প্ৰদান অনুষ্ঠানৰ আঁত ধৰে গান্ধাৰৰ সম্পাদক প্ৰদীপ বৰাই।

শিল্পী দুগৰাকীলৈ সন্মান আগবঢ়াই দাতাৰ পৰিয়ালবৰ্গৰ লগতে গান্ধাৰৰ কৰ্মকৰ্তা আৰু ভোগালী বিহু উৎসৱ সমিতিৰ সম্পাদক জয়ন্ত কুমাৰ বৰা,যুটীয়া সম্পাদক সম্পাদক পবিত্ৰ কলিতা,সাংস্কৃতিক প্ৰতিযোগিতা উপ-সমিতিৰ আহ্বায়ক হৰেন নাথ, সাংস্কৃতিক উপ সমিতিৰ সম্পাদক প্ৰাঞ্জল বৰুৱা,অভিনেতা পৰিচালক দিব্যজ্যোতি শইকীয়া আদিয়ে ।

Tags: নগাঁও ভোগালী বিহু উৎসৱৰ সংগীত প্ৰতিযোগিতা
Share4Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT