ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

ধুবুৰীত সৰস্বতী পূজাত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনাঃ মৃত্যু ৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
January 27, 2023
Reading Time: 1 min read
A A
0
ধুবুৰীত সৰস্বতী পূজাত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনাঃ মৃত্যু ৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

সৰস্বতী পূজাৰ দিনটোতেই সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাই (Road accident ) জোকাৰি গৈছে ৰাজ্যক। ধুবুৰীৰ পৰা গৌৰীপুৰলৈ উভতাৰ সময়ত এএছ ১৭ জে/ ৫২২৪ নম্বৰৰ চাৰিচকীয়া আৰ্টিগা বাহনেৰে অহা ৭ জনীয়া এটি দল দুৰ্ঘটনাত পতিত হয়।

 শোকাৱহ পথ দুৰ্ঘটনাঃ
Road accident in Dhubri:

চাৰিচকীয়া বাহনখন অকষ্মাতে নিয়ন্ত্ৰণ হেৰুৱাই ধুবুৰী আৰু গৌৰীপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ মদৰেগোলা নামৰ অঞ্চল এটাৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পাৰ্কিং কৰা অৱস্থাত থকা দুখনকৈ মটৰ চাইকেলক প্ৰথমে খুন্দা মাৰি আগত ৰৈ থকা এখন ট্ৰাকৰ পিছপিনে গৈ খুন্দা মাৰে।

দুৰ্ঘটনাত পতিত হোৱা ৭ গৰাকীক ক্ৰমে নিৰ্মালী ৰায়, শিৱাংগী ৰায়, বিয়া সাহা, জেনিফাৰ ইয়াচমিন, ৰিয়াত হুছেইন, জাহিদূল ইছলাম আৰু মইদূল হ’কক অঞ্চলটোৰ স্থানীয় ৰাইজে ততাতৈয়াকৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসাললৈ নিয়া পথত ধুবুৰী জিলাৰ পাগলাহাটৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী নিৰ্মালী চৌধুৰী আৰু গৌৰীপুৰৰ ২ নং ৱাৰ্ডৰ নৱম শ্ৰেণীৰ ছাত্ৰী শিৱাংগী ৰয়ৰ মৃত্যু হয়।

উল্লেখ্য যে, ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজৰ ৩ গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ দিয়ে চিকিৎসকে। সেই মৰ্মে অভিভাৱকে তেওঁলোকৰ দুগৰাকীক গুৱাহাটীলৈ নিয়াৰ বিপৰীতে মইদুল হ’কক চুবুৰীয়া পশ্চিমবংগৰ কোচবিহাৰৰ মিছন হস্পিতাললৈ নিয়া হয়। কিন্তু দূৰ্ভাগ্যজনক ভাৱে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় মাটিয়াবোগৰ নিবাসী মইদুল হকৰ।এই দুৰ্ঘটনাটোৱে শেগতীয়াকৈ ধুবুৰী জিলাখনত এক শোকৰ ছাঁ পেলাইছে।

Tags: Road accident in Dhubriসৰস্বতী পূজাত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনাঃ
Share4Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx